ঘঞ্চাল
ghañcāla
অৰ্থ
1.
ঘনাই অহা-যোবা; ঘন সমাগম; অধিকৰ যাতায়াত; ঠেলা-ঠেলি; হেঁচা-হেঁচি
constant visits; frequent contact
বি.
2.
জঞ্জাল; দুৰ্ঘটনা; যেতে-"তভো দুৰ্য্যোধন পাপী লগাইলে ঘঞ্চাল" (উদ্যোগপৰ্ব্ব)
trouble
বি.
3.
আঘাত; ঠেলা; যেনে-"স্বৰ্গক লঙ্ঘিয়া গৈলা বাদ্যৰ ঘঞ্চাল" (কীৰ্ত্তন)
stroke; push
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ