← ফুৰি যাওক

গলা-গলি

galā-gali

অৰ্থ

1.

এজনে আনজনৰ কানত ধৰা-ধৰি কৰা কাৰ্য্য; যেনে-"কুটুম্বে কুটুম্বে কান্দে গলাগলি কৰি" (মা. ক. সুন্দৰাকাণ্ড)

the act of embracing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গলা-গলি · অসমীয়া অভিধান