← ফুৰি যাওক

গলা

galā

অৰ্থ

1.

তপতাই বা তিয়াই জুলীয়া কৰ্; পমা; দ্ৰব কৰ্

to cause to be melted; dissolve

সক. ধা.

2.

খৰিৰ দ'মত লগাই ধৰা ডাঙৰ জুইৰ কুবা

a big fire lighted on a heap of fuel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গলা · অসমীয়া অভিধান