কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠ'লাṭha'lāNoun
বাঁহৰ খুঁটাৰ তল ভাগত যোবা দি দিয়া কাঠৰ খণ্ড
a piece of wood jointed to the lower part of a bamboo post
- ঠকনাṭhakanāNoun
ঠোঙোনা।
- ঠকাৰṭhakāraNoun
"ঠ" আখৰ; "ঠ"।
the letter
- ঠকুৰাṭhakurāNoun
মূৰত পিন্ধা পাগ সাজোঁতে ব্যবহাৰ কৰা মানুহৰ মূৰৰ আকৱতিৰে এমূৰে ঘূৰণীয়াকৈ কটা আৰু ইমূৰলৈ কিছু চিয়াঁ এডোখৰ কাঠ
a block of wood with one end rounded off in the form of a human head on which the head dress of cloth is shaped
- ঠক্ঠক্ṭhakṭhakNoun
কোনো গধুৰ বস্ত্ত মাটিত বা আন তেনে টান-চানেকীয়া বস্ত্তৰ ওপৰত বলেৰে পৰিলে হোবাৰ নিচিনা শব্দ; কোনো বস্ত্ত বৰকৈ জোকাৰ খাই কঁপনি উঠা বা তেনে ভাব বুজুওবা শব্দ
an imitative word used to express a thud or convey the idea of a thrill or shivering sensation
- ঠগṭhagaNoun
গঢ়; আকৱতি; আৰ্য্যা; সাদৱশ্য
shape; form; semblance
- ঠগনtho.gonAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ঠগবাজিthog.ba.jiAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ঠগাṭhagāNoun
পুথি থোবা এঠেঙীয়া কাঠৰ আধাৰ
a wooden stand with one leg for keeping religious books
- ঠগা-বাটিṭhagā-bāṭiNoun
বান-বাটি
a cup with a foot
- ঠগামিNoun
বঞ্চকৰ গুণ বা স্বভাব; . কৱদ
cheating; deceit
- ঠগামীtho.ga.miAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ঠগিṭhagiNoun
কাঠৰ শৰাই
a kind of wooden tray with one leg
- ঠঙনাṭhaṅanāNoun
আঘাত; কোব; মাৰ; প্ৰহাৰ; গোৰ-লাঠি
stroke; blow; flogging; kick
- ঠঠাṭhaṭhāNoun
মাছৰ মূৰৰ হাড়-যুক্ত তল ভাগ।
- ঠঠাৰিṭhaṭhāriNoun
পিতলৰ কাম কৰা মানুহ; . যেনে-"ঠঠাৰি সোণাৰিঃ কঁসাৰ শঙ্খাৰিঃ ভৰতৰ লগে যান্তি" (মা.ক., অযোধ্যাকাণ্ড)।
a worker in brass
- ঠঠিṭhaṭhiNoun
ঠেহ।
- ঠনṭhanaNoun
জীপ পোবা বা ৰস ধৰা অবস্হা; সঁজাল (গছ)
the state of being revived or regaining freshness (said of plants)
- ঠন ঠন মদন গোপালthon thon ma.don go`.palCommon Noun
(মদন গোপালৰ মূৰ্ত্তিৰ নিচিনাকৈ বহি থকা) এলেহুৱা আৰু অকামিলা লোক
an idle and worthless person; a good-for-nothing fellow
- ঠন-ঠনAbstract Noun
কোনো বস্তু ভাগোঁতে হোৱাৰ নিচিনা শব্দ
an initiative sound used to express that produced by a brittle thing whilst breaking