কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষঁঠুবাṣam̐ṭhubāAdjective
ষাঁঠ লাগোঁতে হোবা; ষাঁঠত হোবা; ষাঁঠৰ
appertaining to sāth, the period when the earth is supposed to be unclean by Hindus
- ষট্কোণṣaṭkoṇaAdjective
ছচুকীয়া
having six angles
- ষষ্ঠṣaṣṭhaAdjective
ছয় সংখ্যাৰ
sixth
- ষষ্ঠিকxos.thikProper Adj.
৬ (ছয়) ভূমিৰ সংখ্যাংকন পদ্ধতি সম্পৰ্কীয়
of, pertaining to the number system with base 6
- ষাঠিṣāṭhiNoun
তিনি কুৰি
sixty
- ষাণ্মাসিকṣāṇmāsikaAdjective
ছমহীয়া
half-yearly
- ষান্মাসিকxan.ma.xikProper Adj.
ছমাহৰ মুৰে মুৰে ঘটা৷
Occurring every six months or twice every year.
- ষোলকণীয়াṣolakaṇīẏāAdjective
ডেকা; পুৰঠ শৰীৰৰ।
- ষোড়শṣoṛaśaNoun
ষোল
sixteen
- ষোড়শকxo`.ro.xokProper Adj.
১৬ (ষোল্ল) ভূমিৰ সংখ্যা পদ্ধতি সম্পৰ্কীয়
of or pertaining to a numbering system that uses 16 as the radix
- ষড়ঙ্গṣaṛaṅgaAdjective
ছটা অঙ্গ থকা
having six limbs
- ষড়ভূজাকৃতিxo.ro.bhu.ja.kri.tiProper Adj.
ষড়ভূজ বা ছয়টা বাহুযুক্ত ক্ষেত্ৰৰ আকৃতিৰ বা তেনে ক্ষেত্ৰ সম্পৰ্কীয়
of, pertaining to, or having the form of a hexagon
- ষড়ভূজীয়xo.ro.bhu.ji.yoProper Adj.
ষড়ভূজ বা ছয়টা বাহুযুক্ত ক্ষেত্ৰৰ আকৃতিৰ বা তেনে ক্ষেত্ৰ সম্পৰ্কীয়
of, pertaining to, or having the form of a hexagon
- ষড়যন্ত্ৰমূলকxo.ro.jon.tro.mu.lokProper Adj.
কোনো অসৎ বা অন্যায় গোপন পৰিকল্পনাৰ সৈতে জড়িত
related to secretly planning something illegal or bad