কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠ'ল-মঠলṭha'la-maṭhalaAdjective
স্পষ্টকৈ আৰু সংক্ষেপে কোবা (কথা); যেনে-"তালৈ যাবি আৰু ঠ'লমঠল দুটা কথা কৈ গুচি আহিবি"
spoken briefly and distinctly
- ঠগিতṭhagitaAdjective
ভাল ঠগ থকা; ভাল আকৱতিৰ; শুবনী
handsome; well shaped
- ঠগীtho.giProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ঠগুবাṭhagubāAdjective
শুবনী; ঠগিত
handsome
- ঠটমটthot.motProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- ঠটাṭhaṭāAdjective
বাম মাটি; বোকা-পানী নথকা আৰু লৰি-চৰি নথকা সম থল; যেনে-"কিনো ইয়াৰ তত নাই ঐ, ঠটা মাটিতে পৰি মৰিছে"
bare and plain (said of ground)
- ঠঠমঠṭhaṭhamaṭhaAdjective
ঠটমট; বিস্মিত; নিৰুত্তৰ; বিমোৰ; যেনে-"কন্দলিয়ে শুনি কথা বিস্ময় মানিলা। ঠঠমঠ হৈ গুৰুক প্ৰণাম কৰিলা" (শঙ্কৰ-চৰিত)
dumb struck; dumb founded
- ঠনঠনীয়াṭhanaṭhanīẏāAdjective
অকামিলা।
- ঠন্ঠনṭhanṭhanaAdjective
অকামিলা; যেনে-"ঠনঠন পাষণ্ড গোটা আজি খাইবে নাই" (বিৰাট-পৰ্ব্ব)।
- ঠন্ঠনীয়াAdjective
চনকা; চনচনীয়া; বেগতে ভগা
brittle
- ঠল্ঠলীয়াAdjective
ওপৰৰপৰা পৰিলে ঠল্ঠল শব্দ কৰা; গোট গোট; গুটিৰ দৰে কাৰো গাত কেও নলগা; ঠোঠোবা
distinct; hard and separate
- ঠহ্ঠহীয়াṭhahṭhahīẏāAdjective
টান, চোকা; কষ্ট দিয়া (কথা)
harsh; offensive
- ঠাংফাইṭhāmphāiAdjective
গুচি যোবা
going away
- ঠাই ঠাইAdjective
থান থান; বেলেগ বেলেগ; পৱথক পৱথক
scattered; dispersed
- ঠাই ঠাই, ঠাই নাইকিয়া, ঠাই নোহোবাAdjective
অতিৰিক্ত; অসংখ্যা; অতিশয়
too much; too full
- ঠাই-সৰীṭhāi-sarīAdjective
ঠাই সৰা (তিৰোতা)।
- ঠাণ্ডাthan.daProper Adj.
কম উষ্ণতা বিশিষ্ট
pertaining to low temperature
- ঠানুবাṭhānubāAdjective
গঢ়িত; শুবনী
well-formed; beautiful
- ঠানুৱাdha.nu.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ঠাবৰṭhābaraAdjective
নিশ্চয়; ঠিক; স্হিৰ; লৰচৰ কৰিব নোবৰা
certain; settled; unmovable