কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘʼউৰাProper Adj.
ঘৰ-সংসাৰৰ সৈতে জড়িত
related to home or household
- ঘঁটীয়াgham̐ṭīẏāAdjective
টেঙৰ; চতুৰ
cunning; artful
- ঘঁটীয়া-শিঙৰাgham̐ṭīẏā-śiṅarāNoun
শিঙৰা মাছৰ সকলো জাতিৰ ভিতৰৰ সৰু জাতি [ইয়াৰ আন নাম বিহ-শিঙৰা।]
a kind of small fish; macrones tengera
- ঘগলাProper Adj.
rough and low in pitch voice or behavior
- ঘটনাপূৰ্ণgho.to.na.pur.noProper Adj.
(a period of time) filled with lots of activities and events.
- ঘটনাবহুলbho.to.na.bo.hulProper Adj.
(a period of time) filled with lots of activities and events.
- ঘটনাময়gho.to.na.moiProper Adj.
(a period of time) filled with lots of activities and events.
- ঘটস্ৰবাghaṭasrabāAdjective
সৰহকৈ গাখীৰ ওলোবা; যেনে-"ঘটস্ৰবা গাই"
giving abundant milk
- ঘনghanaNoun
মেঘ
cloud
- ঘনআকৃতিৰgho.no.a.kri.tirProper Adj.
ঘনকৰ আকৃতিৰ বস্তু ।
Having the form of a cube.
- ঘনশ্যামghanaśyāmaAdjective
মেঘৰ নিচিনা শ্যাম-ক'লা
black like the cloud
- ঘনাবৃতgho.na.bri.toProper Adj.
মেঘেৰে ঢাকি থকা আকাশ
Full of or covered with clouds.
- ঘনায়মানghanāẏamānaAdjective
যিটো ঘন বা ডাঠ হৈছে
thickening
- ঘনিষ্ঠghaniṣṭhaAdjective
বৰ ওচৰা-উচৰি
nearest; very close
- ঘনীভূতghanībhūtaAdjective
ঘন হৈ বা চাপ খাই সৰু হোবা; যেনে-"ঘনীভূত হৈয়া ৰৈল ব্ৰহ্মাৰ প্ৰতিমা" (মিশ্ৰ-গীতা)
thickened or condensed into a small mass
- ঘা লগা
আঘাত কৰি বা কাটি মঙহ উলিয়া; ক্ষত কৰ্
to wound
- ঘাঁহজাতীয়Proper Adj.
তৃণ বা ঘাঁহৰ দৰে
relating to herbs or grass.
- ঘাই-মূৰীয়াghāi-mūrīẏāNoun
প্ৰধান বা মুখিয়াল মানুহ
a leader; a headman
- ঘাওProper Adj.
মানসিক ভাৱে ক্ষীপ্ৰ আৰু কৌশলী৷
Possessing quickness of intellect, skill, dexterity
- ঘাগুgha.guProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently