কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেমটৰbemaṭaraAdjective
উলঙ্গ; যেনে-নৰিয়াত বেমটৰ হৈ আছে
naked
- বেমাজাক্ৰিbemājākriAdjective
কোৰ্হাল; হাই-উৰুমি
loud noise; noisy dispute
- বেমালিbemāliAdjective
সিঁচৰতি হোবা; থান্থান্ হোবা; ছেৰেলি-বেৰেলি
dispersed; scattered
- বেমাৰীbe.ma.riProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- বেমূলীয়াbemūlīẏāAdjective
বিশৱঙ্খল
devoid of arrangment or order
- বেমেলিbe.me.liProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- বেযুৰীয়াbe.ju.ri.yaProper Adj.
যোৰৰ এটা আনটোৰ তুল্য নোহোৱা; যেনে, বিযোৰ মতা তিৰোতাৰ সুখ নহয় ।
one not matching with another
- বেলনাকাৰbe.lo.na.karProper Adj.
চুঙাৰ দৰে দীঘল আৰু ঘূৰণীয়া আকৃতিৰ৷
Of, relating to, or having the shape of a cylinder, especially of a circular cylinder.
- বেলপুংbel.pungProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- বেলবুংbel.bungProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- বেলাbelāNoun
বাটি
a cup
- বেলিমুখীয়াProper Adj.
বেলিৰ ফালে মুখ কৰি থকা
facing the sun
- বেলেগbelegaAdjective
পৱথক; বিলগ; ভিন্ন
separate
- বেলেগতীয়াbelegatīẏāAdjective
বিলগতীয়া; পৱথকে থকা; বেলেগে থকা
living separately
- বেলোবালীAdjective
বেলোল বা কাচেৰে সজা
made of sparkling glass; crystalline
- বেষ্টন-ৰেখাbeṣṭana-rekhāAdjective
লেখাৰ মাজত কোনো শব্দ, বাক্য আদি বেৰি ৰখা বা বন্ধনী চিন; যেনে-"[ ]", "( )"
brackets; marks of parenthesis
- বেষ্টিতAdjective
আবৱত; চাৰিওফালে বেৰা
enclosed; surrounded
- বেসামৰিকbe.xa.mo.rikProper Adj.
সামৰিক বাহিনীত নথকা লোক সম্পৰ্কীয়
Of or for persons not in the armed forces
- বেসুৰাbe.xu.raProper Adj.
সুৰ নথকা বা শুনি ভাল নলগা।
not of the nature of or characterized by melody.
- বেহিচাবীbe.hi.sa.biProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless