কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেত্তাbettāAdjective
জানোতা; জ্ঞানী
wise
- বেদখলমুক্তVerbal Adj.
বেআইনী দখলৰ পৰা মুক্ত বা বেদখলদাৰীক আঁতৰাই পেলোৱা (মাটি বা সম্পত্তি)
free from encroachment, i.e. the act of taking control or possession of something, especially land
- বেদজ্ঞbedajñaAdjective
বেদ জনা
versed in the Vedas
- বেদনাকাতৰbe.do.na.ka.torVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- বেদনাজনকbe.do.na.jo.nokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- বেদনাদায়কbe.do.na.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- বেদনানাশকProper Adj.
বিষ কম কৰিব পৰা ক্ষমতা থকা
(of medicine) having the ability to reduce pain
- বেদনাপূৰ্ণbe.doVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- বেদনাময়be.do.na.moyProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- বেদনিৰ্দ্দিষ্টbed.nird.dis.toProper Adj.
বেদ সম্বন্ধীয় অথবা বেদৰ লগত সংগতি থকা ।
Of or relating to the Vedas or to the ancient Sanskrit in which they were written.
- বেদবিহিতbe.do.bi.hi.toProper Adj.
বেদ সম্বন্ধীয় অথবা বেদৰ লগত সংগতি থকা ।
Of or relating to the Vedas or to the ancient Sanskrit in which they were written.
- বেদাধ্যাপকbe.da.dhya.pokProper Adj.
বেদৰ জ্ঞান থকা পণ্ডিত লোক।
an expert on `Veda`.
- বেদোক্তbe.do`k.toProper Adj.
বেদ সম্বন্ধীয় অথবা বেদৰ লগত সংগতি থকা ।
Of or relating to the Vedas or to the ancient Sanskrit in which they were written.
- বেদ্যbedyaAdjective
জানিব লগীয়া (কথা)
fit to be known
- বেনামীbenāmīAdjective
আচল গৰাকী বা লেখকৰ নাম নথকা বা গুপ্ত ৰখা
anonymous
- বেপাৰী
a shop-keeper
- বেপেৰুৱাbe.pe.ru.waProper Adj.
বেহা-বেপাৰ, বাণিজ্য আদিৰ সৈতে জড়িত।
connected with trade, commerce or merchants.
- বেপৰোৱাbe.po.ro`.waProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless
- বেবুবাbebubāAdjective
পেপুবা; বিতত; বিবুদ্ধি; কি কৰোঁ কি নকৰোঁ হোবা
deprived of self-possession
- বেবেৰিবাংbeberibāmAdjective
নানা ঠাই বা ৰকমৰ (নিন্দাত)
consisting or composing of mean miscellaneous things