কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শৌচ কৰাxousAbstract Noun
মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য
The act of discharging waste from the body through the anus.
- শৌচকচাxo`s.ko.saAbstract Noun
a stomach disease, difficult or infrequent evacuation of feces from bowl
- শৌচদ্বাৰMaterial Noun
খাদ্য নলীৰ নিম্ন প্ৰান্তত থকা ফুটা, যাৰ মাজেদি হজম নোহোৱা খাদ্যৰ অৱশেষবোৰ বাহিৰ কৰি দিয়া হয়৷
the opening at the lower end of the alimentary canal, through which the solid refuse of digestion is excreted.
- শৌচাগাৰxou.sa.garMaterial Noun
পেচাপ, পাইখানা কৰা বা গা ধোৱা কোঠা৷
A room or compartment with receptacle for urine and faeces, usually with a means of disposal
- শৌচাচাৰNoun
মল বা মূত ত্যাগ কৰি মাটি- পানী লোবা আৰু স্নান আদি কৰা কাৰ্য্য
the act of purifying oneself after passing stool or water
- শৌচালয়xou.sa.loyMaterial Noun
পেচাপ, পাইখানা কৰা বা গা ধোৱা কোঠা৷
A room or compartment with receptacle for urine and faeces, usually with a means of disposal
- শৌদ্ধোদনxoud.dho.donCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- শৌনকśaunakaNoun
এজন বিখ্যাত ঋষি
a famous sage
- শৌৰ্যśauryaNoun
বীৰৰ গুণ; বীৰত্ব; বীৰ্য্য
valour; heroism
- শৌৰ্য্যśauryyaNoun
বীৰৰ গুণ; বীৰত্ব; বীৰ্য্য
valour; heroism
- শৌৰ্য্য-বীৰ্য্যxou.jyo-bir.jyoAbstract Noun
যুদ্ধ অথবা দুৰ্য্যোগৰ সময়ত সাহস দেখুওৱা কাৰ্য্য
the act of courage in a situation of war or crisis
- শ্বswoCommon Noun
শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু
A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds.
- শ্বপচśbapacaNoun
চণ্ডাল বা ব্যাধ; যেনে-"বিদ্যা বিনয়যুক্ত ব্ৰাহ্মণত শ্বপচ চাণ্ডালতো গো, হস্তী, কুকুৰতো সমান ব্ৰহ্ম দেকে, তাকে জ্ঞানী বুলি" (ক. গী.)
Candāla
- শ্বভীৰুswo.bhi.ruCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- শ্বশুৰśbaśuraNoun
শহুৰ।
- শ্বসনxbo.xonAbstract Noun
বায়ু নাক-মুখেদি বাহিৰ-ভিতৰ কৰা কাম৷
the act of breathing.
- শ্বসন বিৰতিNoun
শ্বসন বিৰতি
শ্বসন বিৰতি
- শ্বহীদswo.hidCommon Noun
দেশৰ কাৰণে জীৱন ত্যাগ কৰা ব্যক্তি
pepole who died willingly for the cause of the motherland.
- শ্বাগনিকswa.go.nikCommon Noun
যি জীৱিকা অথবা আমোদৰ বাবে বন্য প্ৰাণী বধ কৰে
one who kills wild animals for living or fun
- শ্বাচCommon Noun
যি জীৱিকা অথবা আমোদৰ বাবে বন্য প্ৰাণী বধ কৰে
one who kills wild animals for living or fun