কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বৃহত্তৰbri.hot.torProper Adj.
আনটোত কৈ বৃহত, ডাঙৰ বা দীঘল
having more size than the other compared with
- বৃহদাকাৰbri.ho.da.karProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বৃহদায়তনbri.ho.da.yo.tonProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বৃহস্পতিবৰীয়াbri.hos.po.ti.bo.ri.yaAdjective Adj.
কেৱল বৃহস্পতিবাৰে হোৱা বা ওলোৱা ৷ যেনেঃ বৃহস্পতিবৰীয়া বজাৰ/ আলোচনী/নাম/সবাহ৷
something that happens or occurs only on Thursdays.
- বৃহৎbhri.hotProper Adj.
সচৰাচৰ আকৃতিতকৈ বেছি আহল-বহল আকৃতিৰ।
of a size more than the average.
- বে চৰমbe so.romProper Adj.
নিজৰ মান-সন্মানলৈ কেৰেপ নকৰা৷
lacking any sense of shame, Without the emotion or sense of guilt.
- বে-আইনীbe-ai.niProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- বে-গতিকbe-gatikaAdjective
নিৰুপায়।
- বে-চিজিলbe-si.jilProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- বে-চৰ্কাৰীbe-carkārīAdjective
ৰাজ-কাৰ্য্যৰ সম্বন্ধ নথকা; চৰ্কাৰে নিযুক্ত নকৰা; চৰ্কাৰৰ অধিকাৰ নথকা
non-official
- বে-ছৰ্কাৰীbe-charkārīAdjective
ৰাজ-কাৰ্য্যৰ সম্বন্ধ নথকা; চৰ্কাৰে নিযুক্ত নকৰা; চৰ্কাৰৰ অধিকাৰ নথকা
non-official
- বে-ঠিকbe-ṭhikaAdjective
অঠিক, সঠিক নহয়।
- বে-নামীAdjective
নামহীন।
- বে-পৰোবাbe-parobāAdjective
যি কালৈকো ভয় নকৰে।
- বে-ফিকিৰbe-phi.kirProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless
- বে-বাৰিচbe-bāricaAdjective
স্বত্বাধিকাৰী নথকা।
- বে-সুৰাbe-surāAdjective
সুৰ মতে নবজা বা নোগোবা।
- বে-হুঁচিয়াৰbe-hu~.si.yarProper Adj.
যিকোনো কাৰ্য্যৰ ফলশ্ৰুতি সম্পৰ্কে একেবাৰে চিন্তা নকৰা; সাৱধান বা সতৰ্ক নোহোৱা
utterly unconcerned about the consequences of some action; without caution; careless
- বে-হুচিয়াৰbe-huciẏāraAdjective
অসাবধান
careless
- বেঁওচনীয়াbem̐ocanīẏāAdjective
এঢলীয়া হৈ যোবা; পোনে পোনে নোযোবা (কাঁড়)
going askance or obliquely