কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভো-চক্ৰbho-cakraNoun
বহুত মানুহৰ ডাঙৰ মেল (উপহাসত)
a mammoth meeting
- ভোঁটাbho’.taMaterial Noun
a light carried in the hand; consists of some flammable substance
- ভোঁভোঁবনিbhom̐bhom̐baniNoun
ভোঁ ভোঁ শব্ত কৰা কাৰ্য্য।
- ভোঁহৰbhom̐haraNoun
কাঠ আদি ফুটোবা লোৰ জোঙা শলা; বিন্ধনা
an owl
- ভোকbhokaNoun
খাবৰ ইচ্ছা; ক্ষুধা
appetite; hunger
- ভোক-জ্বৰNoun
বৰকৈ ভোক লগাত উঠা জ্বৰ
fever arising from fasting
- ভোক-ৰিহাNoun
লঘোনৰ পাছত ভাত খালে জন্মা ভাগৰ
lethargy felt after taking meal after a fast
- ভোকজ্বৰbho’k.jorAbstract Noun
অনাহাৰে থকাৰ ফলত উঠা জ্বৰ ৷
fever arising from fasting.
- ভোকমুৰীয়াNoun
ভোকৰপৰা মোৰে ধৰা; লঘোনে থাকি হোবা ল'ৰা-ছোবালীৰ বিতত অবস্হা
fainting caused by fasting
- ভোক্তাbhoktāNoun
খাওঁতা বা ভোগ কৰোঁতা
one who eats or enjoys
- ভোগbhogaNoun
বৰশীৰ সূতাৰ পুঙাৰপৰা পানীৰ ভিতৰত ওলমি থকা ভাগ; যেনে-বাম পানীয়ে দীঘল ভোগ নেখায়
the portion of a fishing line hanging below the float
- ভোগ-চাউলbhoga-cāulaNoun
জহা-চাউল
a kind of fine and flavouring rice
- ভোগ-জীৰাbhoga-jīrāNoun
"জীৰা" চোবাঁ।
- ভোগ-ধনীbhoga-dhanīNoun
উৎপন্ন বা লাভৰপৰা দেবতাৰ পূজা বা ভোগ চলাবলৈ দিয়া নিষ্কৰ মাটি
revenue-free land granted for the purpose of maintaining and worshipping an idol
- ভোগ-ধানbhoga-dhānaNoun
"জহা-ধান" চোবাঁ।
- ভোগ-ভাতbhoga-bhātaNoun
হবিষ্যান্ন
boiled rice without fish and flesh; vegetarian food
- ভোগ-মণ্ডপbhoga-maṇḍapaNoun
ভোগ ৰন্ধা বা দিয়া ঘৰ
a cook- shed
- ভোগ-ৰোবতীbhoga-robatīNoun
উত্তম ৰূপিত মাটি
very fertile rice land
- ভোগ-ৰোৱতীbho`g-ro`.wo.tiMaterial Noun
অতি সাৰুৱা ৰূপিত মাটি।
very fertile paddy field.
- ভোগজৰাbhogajarāNoun
ভৱঙ্গাৰ।