কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শৈথিল্যśaithilyaNoun
শিথিলতা।
- শৈবśaibaNoun
শিবক উপাসনা কৰা লোক; শিব-ভক্ত
a votary of Śiva
- শৈবালCommon Noun
জেকা ঠাইত হোৱা সেউজীয়া বৰণৰ এবিধ সৰু সৰু উদ্ভিদ৷
Any of various chiefly aquatic, eukaryotic, photosynthetic organisms, ranging in size from single-celled forms to the giant kelp. Algae were once considered to be plants but are now classified separately because they lack true roots, stems, leaves, and embryos
- শৈবালপোষণVerbal Noun
এক খাদ্যাভাস, য`ত পশুৱে শেলুৱৈ খাদ্য হিচাবে গ্ৰহণ কৰে
a feeding behaviour in which an animal eats algae as a food source
- শৈব্যাśaibyāNoun
ৰজা হৰিশ্চন্দ্ৰৰ পত্নী।
- শৈলśailaNoun
পৰ্ব্বত; পাহাৰ
mountain; hill
- শৈল-ৰাজxoi.lo-rajProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- শৈলচিত্ৰAbstract Noun
ৰাজহুৱা দেৱালত অংকিত ছবি
a drawing made on public wall
- শৈলজাNoun
পৰ্ব্বত জীয়াৰী; পাৰ্ব্বতী।
- শৈলজানন্দProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- শৈলযুগxoi.lo.jugAbstract Noun
অতিতৰ সেই যুগ, যি সময়ত মানুহে অকল শিলৰ অস্ত্ৰ আৰু শিলৰ সৰঞ্জামৰ ব্যৱহাৰ জানিছিল ।
the very early period of human history when tools and weapons were made of stone only.
- শৈলাৰোহণxoi.la.ro`.honCommon Noun
ৰছী আৰু অন্যান্য সঁজুলিৰ সহায়ত, দলীয় বা যুটীয়া ভাৱে বৃহত্ থিয় শিলাখণ্ডৰ ওপৰলৈ বগোৱা কৌশল আৰু ক্ৰীড়া
the technique and sport of climbing on steep rock faces, usually with ropes and other equipment and as part of a team or pair
- শৈলীśailīNoun
পদ্ধতি; ৰচনা-ৰীতি; ৰচনা-ভঙ্গি
style
- শৈলীবাদAbstract Noun
বাহ্যিক ৰূপৰ ওপৰত গুৰুত্ব দিয়া
an emphasis on the outward form or appearance
- শৈলেন্দ্ৰNoun
হিমালয় পৰ্ব্বত
the Himalayas
- শৈলৰাজNoun
হিমালয় পৰ্ব্বত
the Himalayas
- শৈশবśaiśabaNoun
ল'ৰাকাল; শিশু অবস্হা
childhood
- শৈশৱxoi.xobProper Adj.
শিশুৰ বা শিশু অৱস্থাৰ সৈতে মিলা বা খাপ খোৱা
resembling, suggesting, or appropriate to a child or childhood
- শৈশৱকালxoi.xob.kalAbstract Noun
শিশু অৱস্থা বা সময়
the period or state of being a child
- শৈৱxoi.boCommon Noun
যি শিৱৰ উপাসক
worshiper of Shiva