কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিষ্কাশনnis.ka.xonAbstract Noun
Process to separate or obtain ingredient, etc. from a mixture by pressure, distillation, treatment with solvents, or the like.
- নিষ্কাষণnis.ka.xonAbstract Noun
Process to separate or obtain ingredient, etc. from a mixture by pressure, distillation, treatment with solvents, or the like.
- নিষ্কাসনniṣkāsanaNoun
বাহিৰলৈ উলিওবা কাৰ্য্য; সাৰ আদি উলিওবা কাম
drawing out; extraction of essences
- নিষ্কৃতিnis.kri.tiVerbal Noun
পলোৱা বা সাৰি যোৱা কাৰ্য্য।
the act of fleeing/escape.
- নিষ্ক্ৰমণniṣkramaṇaNoun
বাহিৰ হৈ যোবা কাৰ্য্য; নিৰ্গমন।
- নিষ্কৱতিniṣkawatiNoun
উদ্ধাৰ
acquittance; discharge
- নিষ্টাniṣṭāNoun
"নিষ্ঠা" চোবাঁ; যেনে-"ফুৰোহোঁ খেলাই তভো নিষ্টা নাই তাহান মায়া মোহিল" (শঙ্কৰ-চৰিত); ক্ৰি. বিণ. নিষ্টাই নিষ্ঠাৰে; নিশ্চয়ে; eng>firmly; with certainty/enG>.
- নিষ্ঠাniṣṭhāNoun
শ্ৰদ্ধা
faith; deep regard
- নিষ্ঠুৰতাnis.thu.ro.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিষ্ঠুৰত্বnis.thu.rot.toAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিষ্পত্তিniṣpattiNoun
কোনো কথা বা কাৰ্য্যৰ শেষ মীমাংসা; সিদ্ধান্ত
the final settlement of a case or any matter; conclusion; decision
- নিষ্পাদকniṣpādakaNoun
যি নিষ্পাদন কৰে।
- নিষ্পাদনniṣpādanaNoun
সমাপ্ত বা সিদ্ধান্ত কৰা কাৰ্য্য
the act of finishing or settling
- নিষ্পাপniṣpāpaAdjective
পাপশূন্য; পবিত্ৰ
sinless; pure
- নিষ্পাপী
পাপ নথকা; পবিত্ৰ
sinless; pure
- নিষ্পিখেৰাজniṣpikherājaNoun
আধা খাজনা লগোবা মাটি
land assessed at half the usual rate of revenue
- নিষ্পীড়নnis.pi.ronAbstract Noun
নিজৰ ব্যক্তিগত লাভৰ কাৰণে কোনো ব্যক্তি বা পৰিস্থিতিৰ অসত্ প্ৰয়োগ কৰা কাৰ্য্য
the practice of taking selfish or unfair advantage of a person or situation, usually for personal gain
- নিষ্পেষকnis.pe.xokMaterial Noun
চাউল আদি পিহি, ঘৰ্ষণ কৰি চূৰ্ণ কৰা যন্ত্ৰ
a tool used to make powders from granular substance like rice
- নিষ্পেষণniṣpeṣaṇaNoun
পিহি পেলোবা কাম।
- নিষ্প্ৰদীপniṣpradīpaNoun
চাকি নজলাই অন্ধকাৰকৈ ৰখা অবস্হা
black-out