কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ৰুচবিদ্ধkrus.bid.dhoVerbal Adj.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটা বান্ধি বা গঁজাল মাৰি মৃত্যুদণ্ড দিয়া
put to death by nailing or binding the hands and feet to a cross
- ক্ৰুছবিদ্ধkrus.bid.dhoVerbal Adj.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটা বান্ধি বা গঁজাল মাৰি মৃত্যুদণ্ড দিয়া
put to death by nailing or binding the hands and feet to a cross
- ক্ৰুদ্ধkruddhaAdjective
কুপিত; খং উঠা; ৰাগান্বিত; ক্ৰোধ-যুক্ত
angry; enraged
- ক্ৰুৰkrurProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- ক্ৰুৰদৃকProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ক্ৰুৰাকৱতিkrurākawatiAdjective
ভীষণ আকৱতিৰ
of a formidable appearence
- ক্ৰূৰkrūraAdjective
দয়াহীন; নিৰ্দ্দয়; নিমৰমিয়াল; নিষ্ঠুৰ
cruel; inhuman
- ক্ৰূৰকৰ্মাkrūrakarmāAdjective
নিৰ্দ্দয়; ভীষণ; ভয় লগা কাম কৰা
cruel; ferocious
- ক্ৰূৰকৰ্ম্মাkrūrakarmmāAdjective
নিৰ্দ্দয়; ভীষণ; ভয় লগা কাম কৰা
cruel; ferocious
- ক্ৰূৰতাপূৰ্ণkru.ro.ta.pur.noProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- ক্ৰূৰমতিkrūramatiAdjective
নিৰ্দ্দয় বা কঠিন-চিতীয়া; নিমৰমিয়াল
cruel-minded
- ক্ৰূৰাচাৰkrūrācāraAdjective
নিষ্ঠুৰ ক্ৰিয়াত ৰত
following cruel practices
- ক্ৰোধপ্ৰৱণkro`dh.pro.bonProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- ক্ৰোধপৰAdjective
অলপতে খং উঠা; খঙাল; ক্ৰোধ-যুক্ত
subject to anger; wrathful
- ক্ৰোধযুক্তkro`dh.juk.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ক্ৰোধান্বিতkro`.dhan.bitProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ক্ৰোধাবিষ্টkro`.dha.bis.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ক্ৰোধিতkro`.dhi.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ক্ৰোধীAdjective
অলপতে খং উঠা; খঙাল; ক্ৰোধ-যুক্ত
subject to anger; wrathful
- কৰ-মুক্তkara-muktaAdjective
খাজনা দিব নলগা
tax-free