কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিৰেচকbirecakaAdjective
যিটো খালে ভেদ হয়
purgative
- বিৰোধহীনbi.ro`dh.hinProper Adj.
কোনো পক্ষৰ বিৰোধিতা নথকা
Not disputed or called in question
- বিৰোধাভাসমূলকProper Adj.
কাৰোবাৰ বা কিবা এটাৰ বিপৰীত
exactly the opposite of someone or something
- বিৰোধাভাসযুক্তProper Adj.
কাৰোবাৰ বা কিবা এটাৰ বিপৰীত
exactly the opposite of someone or something
- বিৰোধীAdjective
শত্ৰুতা থকা (মানুহ)
hositle
- বিৱশbi.woxProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- বিৱস্ত্ৰbi.bos.troProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- বিৱৰণমূলকbi.bo.ron.mu.lokProper Adj.
বিস্তৃত বিৱৰণেৰে সৈতে ।
Involving or characterized by description; serving to describe.
- বিৱৰণাত্মকbi.wo.ro.nat.mokProper Adj.
বিস্তৃত বিৱৰণেৰে সৈতে ।
Involving or characterized by description; serving to describe.
- বিৱৰ্তনমূলকProper Adj.
সময়ৰ লগে লগে ঘটা কিবা এটা ঘটনাৰ বা বস্তুৰ (বিশেষকৈ ভাষাৰ) পৰিৱৰ্তনৰ সৈতে জড়িত
relating to the changes in something (especially in language) that happen over time
- বিৱৰ্তনীয়Proper Adj.
ক্ৰমবিকাশ বিষয়ক
pertaining to evolution
- বীক্ষিতbi.khyi.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- বীজলীয়াAdjective
বীজলৰ দৰে; লেত ্কেতীয়া; পিছল
viscid; slimy
- বীজলুৱাbi.jo.lu.waProper Adj.
তুলনামূলকভাৱে অধিক সান্দ্ৰতা গুণ থকা তৰল পদাৰ্থ|
Having a relatively high resistance to flow.
- বীজালAdjective
বীজলৰ দৰে; লেত ্কেতীয়া; পিছল
viscid; slimy
- বীতbītaAdjective
বিগত
past
- বীতযৌৱনProper Adj.
ডেকা আৰু বুঢ়া কালৰ মাজৰ অৱস্থা; প্ৰায় ৪৫-৬৫ বছৰৰ মাজৰ বয়সৰ লোক|
Being of the age intermediate between youth and old age, roughly between 45 and 65.
- বীতশ্ৰদ্ধbi.to.srod.dhoProper Adj.
আনে শ্ৰদ্ধেয় বুলি ভবা কোনো বস্তু বা বিষয়ৰ প্ৰতি অশ্ৰদ্ধা দেখুওৱা
SHOWING DISRESPECT TO SOMETHING WHICH OTHERS CONSIDER TO BE RESPECTABLE
- বীতস্পৃহbi.to.spri.hoVerbal Adj.
যাৰ স্পৃহা নোহোৱা হৈছে
one who has lost desire or wish
- বীতস্পৱহAdjective
যাৰ স্পৱহা দূৰ হৈছে।