কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শূলিনীxu.li.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শূলীxu.liProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- শূৰśūraNoun
বীৰ; বলবন্ত আৰু সাহসী পুৰুষ
a hero
- শূৰ্পণখাśūrpaṇakhāNoun
কুলাৰ নিচিনা একোচটা নখ থকা ৰাবণৰ ভনীয়েক
the name of the sister of Rāvana
- শৃংখলsring.kholMaterial Noun
এটা এটাকৈ বহুত লো বা ধাতুৰ আঙঠি জোৰা দি কৰা দীঘল ডোল ৷
A series of objects connected one after the other, usually in the form of a series of metal rings passing through one another, used either for various purposes requiring a flexible tie with high tensile strength, as for hauling, supporting, or confining, or in various ornamental and decorative forms.
- শৃংখলাsring.kho.laAbstract Noun
এটাৰ পিচত আনটোকৈ ঘটিব ল’গা একে ধৰণৰ বস্তুৰ অনুক্ৰমিক থূপ|
Similar things placed in order or happening one after another.
- শৃংখলাবদ্ধতাsring.kho.la.bod.dho.taAbstract Noun
নিয়মিতভাৱে বা প্ৰণালীৱদ্ধভাৱে সজাই থোৱা অৱস্থা বা গুণ
regular, proper and systematic arrangement
- শৃংগsring.goMaterial Noun
বহুতো জন্তুৰ মূৰৰ দুয়োকাষে আগবাঢ়ি ওলাই থকা ফোঁপোলা, জোঙা অংশ, যি প্ৰধানকৈ কেৰাটিন আৰু অন্যান্য প্ৰ’টিনেৰে গঠিত ৷
A hollow, pointed projection of the skin of various animals, consisting mainly of keratin as well as other proteins.
- শৃংগকAbstract Noun
দেহৰ ছাল, চুলি আদিত থকা কঠিন আঁহযুক্ত প্ৰ'টিন
a tough fibrous protein that forms the outer layers of skin, hair, nail, horns etc.
- শৃংগধৰsring.go.dhorMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- শৃংগাৰsring.garVerbal Noun
অঙ্গৰ শোভা সম্পাদন অৰ্থাৎ শোভা বৃদ্ধিৰ বাবে সুগন্ধি বস্তুৰে কৰা শৰীৰ লেপন
the act or process of dressing or grooming oneself
- শৃংগীsring.giMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- শৃংগৱানsring.go.wanMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- শৃগালxri.galCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- শৃঙ্খলাsring.kho.laAbstract Noun
য’ত যেনেকৈ থাকিব লাগে সকলোবোৰ বস্তু পৰিপাটিকৈ সজোৱা অৱস্থা
a condition in which each thing is properly disposed with reference to other things and to its purpose; methodical or harmonious arrangement
- শৃঙ্গাৰxring.garVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- শৃঙ্গাৰ-বিদ্যাsring.gar-bi.dyaProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- শৃঙ্গাৰ-ৰসsring.gar-roxAbstract Noun
স্ত্ৰী-পুৰুষৰ মাজৰ যৌন আকৰ্ষণ বা প্ৰীতি
the sexual affection between male and female
- শেখৰśekharaNoun
মূৰৰ উপৰিভাগ; কিৰীটি; মূৰত পিন্ধা মালা; শৱঙ্গ।
- শেঙুণśeṅuṇaNoun
নাকৰপৰা ওলোবা বীজলীয় মল
the mucus or phelgm of the nose