কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিলয়nilaẏaNoun
ঘৰ
a house
- নিশাকৰNoun
ৰাতি পোহৰ কৰোঁতা; জোন; চন্দ্ৰ
the moon
- নিশাচৰniśācaraNoun
যি ৰাতি ফুৰে বা চৰে; ৰাক্ষস; ভূত; চোৰ; ফেঁচা
a demon; a spirit; a thief; an owl
- নিশাদলniśādalaNoun
এবিধ লবণ-জাতীয় পদাৰ্থ
ammonium chloride
- নিশান্তni.xan.toAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- নিশাপতিniśāpatiNoun
চন্দ্ৰ
the moon
- নিশামণিni.xa.mo.niMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- নিশাহniśāhaNoun
ভিতৰলৈ লোবা বতাহ বাহিৰলে এৰি দিয়া কাৰ্য্য।
- নিশাৰত্নni.xa.rot.noMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- নিশিniśiNoun
নিশা; ৰাতি
night
- নিশি পালনni.xi pa.lonAbstract Noun
খাদ্য নোখোৱাকৈ থকা কাৰ্য্য|
The act or practice of abstaining from or eating very little food
- নিশিকান্তni.xi.kan.toMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- নিশিকুটুম্বni.xi.ku.tum.boCommon Noun
যি আন কাৰোবাৰ বস্তু গোপনে, বল প্ৰয়োগ নকৰাকৈ লৈ যায়
person who takes away other's belongings, esp. secretly or without open force
- নিশিগন্ধাni.xi.gon.dhaCommon Noun
ৰাতি ফুলা এবিধ সুগন্ধি ফুলৰ গছ ৷ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত ইয়াৰ এক বিশিষ্ট স্থান আছে ৷ ইয়াৰ সুগন্ধি ফুল বিবাহ অনুষ্ঠানত, পুষ্পমালা তৈয়াৰ কৰিবলৈ আৰু নানান পৰম্পৰাগত মাঙ্গলিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয় ৷
It is a prominent plant in Indian culture and mythology. It is a night-blooming plant. The flowers are used in wedding ceremonies, garlands, decoration and various traditional rituals.
- নিশিনাথni.xi.nathMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- নিশিপুষ্পাCommon Noun
a small fragrant flower that blossoms during the night and falls down early morning.
- নিশীথni.xithAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- নিশীথিনীni.xi.thi.niAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- নিশ্চলাnis.so.laMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- নিশ্চায়কCommon Noun
প্ৰতিটোৰে একোটা যথাযথ বীজগণিতীয় চিনযুক্ত, সাধাৰণতে এক বৰ্গীয় প্ৰগতিৰূপে লিখিত, বহু পদৰ পূৰণফলৰ সমষ্টি প্ৰকাশ কৰা এক বীজগণিতীয় প্ৰতীক৷ সৰলৰৈখিক সমীকৰণ সমাধান কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়৷
an algebraic expression of the sum of products of elements, each with an appropriate algebraic sign, usually written in a square array and used in the solution of systems of linear equations