কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নগৰ-সুন্দৰীno.gor-xun.do.riProper Noun
পৌৰাণিক ভাৰতত কোনো কোনো অঞ্চলত এই পদত ৰাজ্যৰ আটাইতকৈ সুন্দৰী বুলি ভবা নাৰীক নিযুক্তি দিয়া হৈছিল৷ সামাজিক ভাৱে অতি বেছি মৰ্য্যদা পোৱা এনে নাৰী ৰাজ-নৰ্তকী আৰু ৰাজ-গণিকা আছিল৷
("bride of the city") A tradition followed in some parts of ancient India.Women competed to win the title of a Nagarvadhu, and it was not considered a taboo. The most beautiful woman was chosen as the Nagarvadhu.A Nagarvadhu was respected like a queen or Goddess, but she was a courtesan or prostitute; people could see her dance and sing. A Nagarvadhu`s price for a single night`s dance was very high, and she was only within the reach of the very rich – the king, the princes, and the lords.
- নগৰপালno.gor.palCommon Noun
এখন নগৰৰ আৰক্ষী বিভাগৰ মুৰব্বী বিষয়া
the head of police of a township
- নগৰপালকno.gor.pa.lokCommon Noun
কোনো নগৰ বা মহানগৰৰ পৌৰসভা বা পৌৰনিগমৰ নিৰ্বাচিত মুখ্য ব্যক্তি|
the head of a town;the head of a town or city council elected by the public.
- নগৰপালিকাnagarapālikāNoun
নগৰৰ কাম-কাজ চলোবা কৰ্ত্তৱপক্ষবিশেষ
municipality
- নগৰপুঞ্জAbstract Noun
নগৰপুঞ্জ
নগৰপুঞ্জ
- নগৰবধুno.gor.bo.dhuProper Noun
পৌৰাণিক ভাৰতত কোনো কোনো অঞ্চলত এই পদত ৰাজ্যৰ আটাইতকৈ সুন্দৰী বুলি ভবা নাৰীক নিযুক্তি দিয়া হৈছিল৷ সামাজিক ভাৱে অতি বেছি মৰ্য্যদা পোৱা এনে নাৰী ৰাজ-নৰ্তকী আৰু ৰাজ-গণিকা আছিল৷
("bride of the city") A tradition followed in some parts of ancient India.Women competed to win the title of a Nagarvadhu, and it was not considered a taboo. The most beautiful woman was chosen as the Nagarvadhu.A Nagarvadhu was respected like a queen or Goddess, but she was a courtesan or prostitute; people could see her dance and sing. A Nagarvadhu`s price for a single night`s dance was very high, and she was only within the reach of the very rich – the king, the princes, and the lords.
- নগৰবাসীnagarabāsīNoun
নগৰত থকা লোক; নগৰীয়া মানুহ
towns- folk
- নগৰাnagarāNoun
কোনো বস্ত্ত ধৰিবলৈ তাৰ কাণত লগোবা বেঁতৰ আঙঠি; কণাৰি
a cane-ring attached to anything; a noose
- নগৰাজno.go.rajProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- নগৰীnagarīNoun
নগৰ
town
- নগৰোন্নয়নAbstract Noun
নগৰ অঞ্চলৰ উন্নয়ন
urban development
- নগৰোপকণ্ঠnagaropakaṇṭhaNoun
নগৰৰ দাঁতি-কাষৰীয়া অঞ্চল
suburb
- নঙলাnaṅalāNoun
পদুলিৰ মুখৰ দুবাৰ বা বাট বন্ধ কৰা ডাং
the bar of a gateway
- নঙ্গৰnaṅgaraNoun
লঙ্গৰ; জাহাজ, নাও আদি ৰাখিবৰ বাবে শিকলি লগোবা লোহাৰ আঁকুহি
anchor
- নচিকেতাnaciketāNoun
উপনিষদত উল্লেখ থকা এজন ঋষি; অগ্নি
a sage mentioned in the Upanishad; the fire god Agni
- নচিবnacibaNoun
ভাগ্য; অদৱষ্ট
fate; destiny
- নছিবnachibaNoun
ভাগ্য; অদৱষ্ট
fate; destiny
- নজিৰnajiraNoun
পূৰ্ব্বে হোবা একে ৰকমৰ কথা বা মোকৰ্দ্দমা
a precedent; a case in point
- নজৰnajaraNoun
দৱষ্টি
a look
- নজৰবন্দীno.jor.bon.diAbstract Noun
বন্দীশালত নথৈ নিজৰ ঘৰতে বন্দী কৰি থোৱা অৱস্থা
Detention in one's own house, not in prison