কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিম্নগাnim.no.gaMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- নিম্নবিত্তnim.no.bit.toAbstract Noun
আৰ্থ-সমাজিকভাৱে পিছ পৰা শ্ৰেণী৷
In the United States, the lower class are those at or near the lower end of the socio-economic hierarchy.
- নিম্নস্তৰMaterial Noun
আন এক বস্তুৰ তলত অৱস্থিত কোনো বস্তু
something that is laid under something else
- নিম্নহনুnim.no.ho.nuMaterial Noun
মেন্দিবোল আৰু মেকজিলা নামৰ দুই হাড়েৰে গঠিত মুখৰ তলৰ অংশটো।
the lower jaw formed by the two bones, mandible and maxilla.
- নিম্কিnim.kiMaterial Noun
ময়দাত নিমখ মিহলাই তেলত ভজা মিঠাই৷
a kind of fried salted cake.
- নিযতিবাদAbstract Noun
সকলো পৰিঘটনা ভাগ্যৰ অধীনত বুলি কৰা বিশ্বাস
a belief that all events are subject to destiny
- নিযুক্তকniyuktakaNoun
কোনো কামৰ বাবে নিযুক্ত লোক
agent
- নিযুক্তিniyuktiNoun
নিয়োগ; কোনো কামৰ বাবে নিযুক্ত কৰা কাৰ্য্য
appointment
- নিযুক্তি পত্ৰni.juk.ti po.troMaterial Noun
কোনো নিযুক্তিকৰ্তাই সাম্ভাব্য কৰ্মচাৰীলৈ প্ৰৰণ কৰা পত্ৰ য’ত সাম্ভাব্য কৰ্মচাৰী গৰাকীক কোনো কামৰ বাবে গ্ৰহণ কৰা কৰা হৈছে বুলি জনোৱা হয় ৷
A letter from the employeer to a prospective employee stating that he/she has been accepted for a job or position.
- নিযুতniyutaNoun
দহ লাখ
ten lakhs
- নিযোক্তাni.jo’k.taCommon Noun
যি কোনো প্ৰতিষ্ঠানৰ বাবে কৰ্মচাৰী নিযুক্ত কৰে ৷
a person or business that employs one or more people, esp. for wages or salary
- নিলগnilagaNoun
আঁতৰ; দূৰ
distant place
- নিলগীকৰণAbstract Noun
কোনো ৰোগীক ৰোগ সংক্ৰামণ নহ’বলৈ আনৰ পৰা পৃথককৈ ৰখাৰ ব্যৱস্থা
The process of keeping somebody in isolation to prevent disease spread
- নিলনni.lonCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- নিলম্বনAbstract Noun
The state of being debarred from the exercise of an office or function or the enjoyment of a privilege.
- নিলাজnilājaAdjective
লাজ-নাইকিয়া; অপমানলৈ ভয়নকৰা
shameless; impudent
- নিলাজিni.la.jiCommon Noun
এবিধ সাপৰ দৰে লতা জাতিয় খাদ্য ফল৷
This vegetable produces long and curved fruits that appear like snakes hanging on the supports or ground. This subtropical plant grows very fast in warm climates and produces lots of fruits for a long time. It is best to grow this vine plant along the supports for obtaining young straight fuits. Young fruits are harvested and cooked like Luffa. Seed has hard coat and may take a long time to germinate. There are several varieties with different fruit skin and length grown in Asia. An interesting plant for home garden and fresh market.
- নিলাজীNoun
বন গাত কাঁইট থকা আৰু ছিৰলী ছিৰলী পাতেৰে এবিধ লতা- চানেকীয়া মাটিত বগোবা বন [তৰুবা কদমৰ ফুলৰ সদৱশ কিন্ত্ত পূৰৈয়া বৰণৰ ফুল মেলে; এই বনৰ বিশেষ গুণ এই যে তাক ছুলে গছ, পাত জঁই পৰি যায়।]; আদৰমালতী
the sensitive plant; Mimosa matans or pudica
- নিলাজী বনni.la.ji bonCommon Noun
গাত কাঁইট থকা ক্ষুদ্ৰ পাতেৰে এবিধ মাটিত বগোৱা লতাবন, ছুলে জঁয় পৰি যোৱা এবিধ বন
Prostrate or semi-erect subshrub of tropical region; heavily armed with recurved thorns and having sensitive soft gray-green leaflets that fold and droop at night or when touched or cooled
- নিলামnilāmaNoun
লিলাম।
leilao