কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শুভেচ্ছাবাণীxu.bhe.sa.ba.niAbstract Noun
আনৰ হিত বাঞ্ছা কৰি শুভেচ্ছা জনাই ব্যক্ত কৰা বাৰ্তা বা বাণী ৷
A goodwill message that has been conveyed either in written or unwritten form.
- শুভ্ৰśubhraNoun
বগা
white
- শুলফাxu.lo.faProper Noun
মচলা আৰু মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা, গোন্ধযুক্ত গছৰ গুটি।
An annual, aromatic Mediterranean herb (Pimpinella anisum) in the parsley family, cultivated for its seedlike fruits and the oil obtained from them and used to flavor foods, liqueurs, and candies.
- শুল্কśulkaNoun
কৰ; কাটল; গা-ধন
a duty; tax; money paid for a bride
- শুল্ক বিভাগAbstract Noun
The office that imposes duties on imported or, less commonly, exported goods.
- শুল্ফাśulphāNoun
এবিধ বনৌষধি
a kind of medicinal herb; dill
- শুশ্ৰুষাśuśruṣāNoun
পৰিচৰ্য্যা; আলপৈচান; আল ধৰা; সহায়
act of attending on; help by service
- শুশ্ৰূষাxus.ro.xaAbstract Noun
যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
Attentive assistance or treatment to those in need
- শুশ্ৰূষাকাৰিণীxus.ro.xa.ka.ri.niCommon Noun
চিকিৎসালয়ত ৰোগীক চোৱা-চিতা কৰা চাকৰিজীৱী পৰিসেৱিকা৷
A woman trained to care for the sick or disabled, especially one educated in the scientific basis of human response to health problems and trained to assist a physician.
- শুষ্ক ধৌতকৰণxus.ko dhou.to.ko.ronVerbal Noun
পানীৰ পৰিৱৰ্ত্তে আন ৰাসায়নিক দ্ৰাৱকৰ সহায়ত কাপোৰ ধোৱা কাৰ্য্য
the cleaning of garments, fabrics, draperies, etc., with any of various chemicals rather than water
- শুষ্কতাNoun
শুকান বা নীৰস গুণ বা অবস্হা
dryness
- শুষ্কীকৰণAbstract Noun
জলবায়ু বা আৰ্দ্ৰ পদাৰ্থ শুকুৱা প্ৰক্ৰিয়া
climate or moist substance drying process
- শুষ্মxus.moMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- শুষ্মনxus.monMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- শুড়xurMaterial Noun
হাতী বা হাতীজাতীয় আন জন্তুৰ দীঘল নাক
extended nose of an elephant or of an animal related to the elephant
- শুড়ীśuṛīNoun
মদ বেচোঁতা মানুহ।
- শুৱালকুছিxu.wal.ku.siProper Noun
বয়ন শিল্পৰ কাৰণে প্ৰখ্যাত নামনি অসমৰ এখন সৰু চহৰ
A town in lower Assam famous for its textile industry
- শূঁৰśūm̐raNoun
শস্য খাই নষ্ট কৰা এবিধ পোক [তাৰ অনেক উপজাতি আছে।]
a generic name of many kinds of caterpillar destructive of vegetables
- শূঁৰ-পোকxu~r-po`kCommon Noun
জহ কালি ধানখেতিত লম্ভা এবিধ পোক৷
Spodoptera mauritia, the lawn armyworm, also known as paddy swarming caterpillar, is a moth of the family Noctuidae. Cosmopolitan species, it is a major polyphagous pest throughout the world.
- শূঁৰপোকśūm̐rapokaNoun
শস্য খাই নষ্ট কৰা এবিধ পোক [তাৰ অনেক উপজাতি আছে।]
a generic name of many kinds of caterpillar destructive of vegetables