কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বৰ্ণক্ৰমেbor.no.kro.meAdverb
বৰ্ণ বা আখৰৰ ক্ৰম অনুযায়ী
in the order of the letters of the alphabet
- বৰ্ণনা কৰ্bor.no.na korVerb-Trans.
কিহবাৰ বিষয়ে অবিৰতভাৱে কাহিনী ক বা খতিয়ান দে
give a continuous story or account of
- বৰ্ণবৈষম্যমূলকbor.no.boi.xo.myo.mu.lokVerbal Adj.
মানুহৰ মাজত বৰ্ণগত বিভিন্নতাৰ সৈতে জৰিত বা সেই বিষয়ৰ পৰা উদ্ভৱ হোৱা
relating to or arising from differences between the races
- বৰ্ণাbor.naVerb-Trans.
বিশদভাৱে বা বিতংকৈ বুজা বা প্ৰস্তুত কৰ্
work out or explain in detail
- বৰ্ণান্তৰিত কৰ্bor.nan.to.rit korVerb-Trans.
বক্তব্য, ভাষা বা শব্দৰ পৰিৱৰ্তন নকৰাকৈ মাত্ৰ বৰ্ণমালাৰ পৰিৱৰ্তন ঘটাই আন বৰ্ণমালাত লিখা৷
to write a word or letter in a different alphabet.
- বৰ্ণিতbor.ni.toVerbal Adj.
যিটো বিষয়ৰ বৰ্ণনা কৰা বা বখনা হৈছে
what has been given account of
- বৰ্ণ্Transitive verb
বৰ্ণনা কৰ্; বহলাই ক বা লেখ্
to describe
- বৰ্তি থাক্bor.ti thakVerb-Intran.
জীৱন অব্যাহত ৰাখ্
to be alive; to continue life
- বৰ্ত্ত, বৰ্ত ্bartta, bartaIntransitive verb
টিক্; নষ্ট নোহোবাকৈ থাক্
to last
- বৰ্ত্তমানতbor.to.ma.notAdverb
কাৰোবাৰ চকুৰ আগত
do or happen something when one is present
- বৰ্ত্তাই ৰাখ্bor.tai rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- বৰ্দ্ধিষ্ণুbor.dhis.nuVerbal Adj.
উঠি অহা বা বাঢ়ি অহা (পানী)
increased in the level (as of water)
- বৰ্ধিষ্ণুVerbal Adj.
উঠি অহা বা বাঢ়ি অহা (পানী)
increased in the level (as of water)
- বৰ্ষা-বিঘ্নিতbor.xa-bigh.ni.toVerbal Adj.
বৰষুণে বিঘিনি ঘটোৱা বা নষ্ট কৰা; যেনেঃ বৰ্ষা-বিঘ্নিত ক্ৰিকেট খেল।
interrupted or damaged by rain; e.g. rain-washed cricket match.
- ব’লbo``lVerb-Intran.
কোনো এঠাইলৈ যাবলৈ সামান্য অনুৰোধ কৰা ৷
A minor request to someone to go along with.