কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰস্তাৱিতpros.ta.bi.toProper Adj.
বিৱেচনাৰ বাবে দাঙি ধৰা।
(A resolution, issue, solution) being proposed.
- প্ৰস্তুতpros.tut.Proper Adj.
কোনো কাম কৰাৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি আৰু সামগ্ৰী উপলব্ধ কৰা অৱস্থা
in the state of making all tools and materials available to carry out certain task
- প্ৰস্ত্ততprasttataAdjective
তৈয়াৰ; যুগুত; সাজু; সষ্টম
ready; prepared
- প্ৰস্তৰময়Proper Adj.
শিলেৰে ভৰি থকা
full of stones or rocks
- প্ৰস্তৰাকীৰ্ণProper Adj.
শিলেৰে ভৰি থকা
full of stones or rocks
- প্ৰস্থানোদ্যতpros.tha.no`.dyotProper Adj.
যাক বিদায় দিয়া হৈছে৷
The one who is departing
- প্ৰস্থেpros.theVerbal Adj.
in breadth, in width
- প্ৰস্ফুটিতprasphuṭitaAdjective
ভালকৈ ফুলা; সম্পূৰ্ণৰূপে ফুলি উঠা
fully blown
- প্ৰসৱপূৰ্বpro.xob.pur.boProper Adj.
গৰ্ভৱতী মহিলাক প্ৰদান কৰা চিকিৎসা সমন্ধীয়; জন্মৰ আগৰ চিকিৎসা, যত্ন সমন্ধীয়৷
relating to medical care given to pregnant women.
- প্ৰহৃতpro.hri.toVerbal Adj.
যাক প্ৰহাৰ কৰা হৈছে।
one who has been stroke repeatedly so as to cause an injury.
- প্ৰাংশুprang.suProper Adj.
ওপৰৰ স্থানত থকা।
in an elevated location or position.
- প্ৰাক বৈবাহিকprak boi.ba.hikAdjective Adj.
বিয়াৰ আগৰ বা বিয়াৰ আগতে হোৱা৷
happening or occurring before marriage.
- প্ৰাক-ঐতিহাসিকprak-oi.ti.ha.xikProper Adj.
যি যুগৰ বুৰঞ্জী পোৱা যায়, তাৰ আগৰ কালৰ অৰ্থাত্ বুৰঞ্জীয়ে ঢুকি নোপোৱা।
of or pertaining to the time or a period prior to recorded history.
- প্ৰাক-প্ৰাথমিকprak-pra.tho.mikProper Adj.
প্ৰাথমিক পৰ্য্যায়ৰ আগেয়ে (ঘটা বা হোৱা)
(occurring or happening) preceding the primary level
- প্ৰাক-বৈদিকprak-boi.dikProper Adj.
Pertaining to the period prior to the advent of the Vedas.
- প্ৰাক-শংকৰীProper Adj.
শঙ্কৰদেৱৰ জন্মৰ আগৰ
before the birth of Sankardeva
- প্ৰাকৃতিকpra.kri.tik.Proper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- প্ৰাকৃতিজাতpra.kri.ti.ja.toProper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- প্ৰাক্কালprak.kalProper Adj.
কোনো এটা কাৰ্য্যসূচী বা পৰিঘটনাৰ আগৰ সময়ছোৱা৷
before time or event
- প্ৰাক্কালতprak.ka.lotProper Adj.
কোনো এটা কাৰ্য্যসূচী বা পৰিঘটনাৰ আগৰ সময়ছোৱা৷
before time or event