কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শুক্ৰাচাৰ্যśukrācāryaNoun
শুক্ৰ; দৈত্যবিলাকৰ গুৰু
the preceptor of the Asuras
- শুক্ৰাচাৰ্য্যśukrācāryyaNoun
শুক্ৰ; দৈত্যবিলাকৰ গুৰু
the preceptor of the Asuras
- শুক্ৰাণুxu.kra.nuMaterial Noun
অণ্ডাশয়ে সৃষ্টি কৰা পৈণত জনন কোষ, যি সন্তান বা পোৱালি জন্ম দিয়াৰ বাবে স্ত্ৰীৰ জৰায়ুত ডিম্ব নিষেচন কৰে৷
Mature sex cells produced by testicles that fertilises an egg in the female uterus to produce offspring.
- শুক্ৰাণুজনNoun
শুক্ৰাণুজন
শুক্ৰাণুজন
- শুক্ৰাণুজননNoun
শুক্ৰাণজনন
শুক্ৰাণজনন
- শুগীয়াśugīẏāNoun
শোগোনা; শোগ কৰি থকা; একোতে সন্তোষ নোপোবা
habitually discontented
- শুঙা-শুঙিNoun
এটাই আনটোক বা পৰস্পৰক শুঙা কাৰ্য্য
act of smelling one another
- শুচিকৰণxu.si.ko.ronAbstract Noun
কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷
the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul.
- শুচিতাxu.si.taAbstract Noun
মন,বস্তু বা ঠাইৰ শুচি, পৱিত্ৰ বা/আৰু বিশুদ্ধ অৱস্থা ৷
the state or quality of being pure/clean/untainted
- শুচিদ্ৰুমxu.si.drumProper Noun
হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|
Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus.
- শুচিবায়ুগ্ৰস্ততাxu.si.ba.yu.gros.to.taAbstract Noun
ভাল-বেয়াৰ বা শুচি-অশুচিৰ সূক্ষ্ম বিচাৰ ৷
Too much regard for what is pure and what is impure.
- শুটোবা-শুটিśuṭobā-śuṭiNoun
সিজনে ইজনৰ, ঘূৰাই আকৌ ইজনে সিজনৰ ধাৰৰ বা হিংসাৰ প্ৰতিশোধ কৰা কাৰ্য্য
the act of mutual retaliation or repayment of debts
- শুণ্ডśuṇḍaNoun
শুঁৰ।
- শুদিৰ-সবাহśudira-sabāhaNoun
অশৌচ গুচোবা সবাহ; শুধি-সবাহ।
- শুদ্ধ প্ৰজনন হাৰAbstract Noun
কোনো এটা প্ৰজন্মত এটা নিৰ্দিষ্ট বয়সৰ মহিলাৰ সংখ্যা আৰু প্ৰতিগৰাকী মহিলাৰ কন্যা সন্তানৰ গড় সংখ্যাৰ মাজৰ অনুপাত
the ratio between the number of females in one generation at a given age and the average number of daughters per woman
- শুদ্ধতাNoun; Adverb
শুদ্ধকৈ শুদ্ধৰূপে।
- শুদ্ধিśuddhiNoun
পবিত্ৰতা; নিৰ্ম্মলতা; শুচি অবস্হা
state of cleanliness; purity
- শুদ্ধিকৰণxud.dhi.ko.ronAbstract Noun
কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷
the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul.
- শুদ্ধিপত্ৰMaterial Noun
ছপা কিতাপ আদিৰ শেষত দিয়া ভুলৰ শুধৰণি থকা পৃষ্ঠা
Pages with corrections of errors given at the end of printed books, etc. .
- শুদ্ধীকৰণxud.dhi.ko.ronAbstract Noun