কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰশস্তচিত্তpro.xos.to.sit.toProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- প্ৰশস্তহৃদয়pro.xos.to.hri.doyProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- প্ৰশান্তpraśāntaAdjective
ধীৰ; সুস্হিৰ
tranquil; calm; undisturbed
- প্ৰশাসনিকpraśāsanikaAdjective
শাসনসম্পৰ্কীয়; শাসনবিষয়ক
administrative
- প্ৰশাসনীয়praśāsanīẏaAdjective
শাসনসম্পৰ্কীয়; শাসনবিষয়ক
administrative
- প্ৰশিক্ষিতpro.xi.khyitVerbal Adj.
যাক প্ৰশিক্ষণ দিয়া হ’ল, অৰ্থাৎ যি শিক্ষা আৰু অভ্যাসৰ জৰিয়তে কোনো কামত পাৰদৰ্শিতা অৰ্জন কৰিলে
made proficient by instruction and practice
- প্ৰশ্নবোধকpros.no.bo`.dhokProper Adj.
প্ৰশ্নৰ ৰূপত থকা (বাক্য, চিন্তা), প্ৰশ্ন সোধা
in the form of a question; asking a question
- প্ৰশ্নসূচকPROS.NO.XU.SOKProper Adj.
প্ৰশ্নৰ ৰূপত থকা (বাক্য, চিন্তা), প্ৰশ্ন সোধা
in the form of a question; asking a question
- প্ৰশ্নহীনProper Adj.
কোনো প্ৰশ্ন নথকা
without a question
- প্ৰশ্নাতীতpros.na.titVerbal Adj.
প্ৰশ্নৰ অৱকাশ নথকা, অৰ্থাত্ সন্দেহ বা বিতৰ্কৰ উৰ্দ্ধত
not open to question, i.e. beyond doubt or dispute
- প্ৰশ্নাত্মকPROS.NAT.MOKProper Adj.
প্ৰশ্নৰ ৰূপত থকা (বাক্য, চিন্তা), প্ৰশ্ন সোধা
in the form of a question; asking a question
- প্ৰসঙ্গানুক্ৰমিকpro.xong.ga.nu.kro.mikProper Adj.
প্ৰসঙ্গ অনুসৰি হোৱা
according to context
- প্ৰসবিনীAdjective
প্ৰসব কৰা; উৎপন্ন কৰা (স্ত্ৰীলিঙ্গত)
producing or giving birth to
- প্ৰসাৰিতprasāritaAdjective
বিস্তৱত; বহলোবা
spread; extended stretched
- প্ৰসাৰ্য্যতাpro.xar.jyo.taProper Adj.
নভঙাকৈ কোনো গোটা বস্তুক বেঁকা কৰিব পৰা গুণ৷
The ability of a material to deform plastically without fracturing, being measured by elongation or reduction of area in a tensile test or by other means.
- প্ৰসাৰ্য্যমানpro.xar.jyo.manProper Adj.
নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷
able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire
- প্ৰসিতpro.xi.toProper Adj.
দৃশ্যমান তৰঙ্গ দৈৰ্ঘ্যৰ সকলো ৰঙকে প্ৰতিফলিত কৰা বস্তুৰ বৰণ; ক’লা ৰঙৰ পৰিপূৰক বা বিপৰীত
the color of objects that reflect nearly all light of all visible wavelengths; the complement or antagonist of black, the other extreme of the neutral gray series. Although typically a response to maximum stimulation of the retina, the perception of white appears always to depend on contrast.
- প্ৰসিদ্ধprasiddhaAdjective
প্ৰখ্যাত; বিখ্যাত; সকলোবে ভালকৈ জনা
famous; well-known
- প্ৰসূতprasūtaAdjective
জন্ম হোবা; ওপজা; উৎপন্ন
produced
- প্ৰসূতিজনিতpro.xu.ti.jo.ni.toAdjective Adj.
গৰ্ভধাৰণ আৰু প্ৰসৱ সংক্ৰান্তীয়৷
concerning pregnancy and delivery.