কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহুলbahulaNoun
বিস্তৰ
much; abundant
- বহুলতাbo.hu.lo.taAbstract Noun
প্ৰয়োজনতকৈ/জোখতকৈ অধিক থকা বা হোৱা।
an excess, an amount that is too much/large.
- বহুলত্বbo.hu.lot.toAbstract Noun
প্ৰয়োজনতকৈ/জোখতকৈ অধিক থকা বা হোৱা।
an excess, an amount that is too much/large.
- বহুলেয়bo.hu.le.yoProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- বহুৰাশিকbahurāśikaNoun
দুটা বা তাতকৈ অধিক ত্ৰৈৰাশিক থকা (গণিত শাস্ত্ৰ)
double rule of three (arithmetic)
- বহুৰূপিতাbo.hu.ru.pi.taAbstract Noun
এটা জীৱ ভিন ভিন ৰূপ বা বৰণত উপলভ্য হোৱা
the existence of an organism in several form or color varieties
- বহুৱাbo.hu.waCommon Noun
সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী, যি খুহুঁতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।
A performance artist often associated with a circus and typically characterised by bright, oversized clothing, face paint who performs humorous stunts
- বহুৱামীbo.hu.wa.miAbstract Noun
মূৰ্খামি অথবা গাম্ভীৰ্য্যহীনতাৰ পৰিচায়ক কোনো আচৰণ।
an act that is perceived as foolish or frivolous.
- বহুৱালিbo.hu.wa.liAbstract Noun
মূৰ্খামি অথবা গাম্ভীৰ্য্যহীনতাৰ পৰিচায়ক কোনো আচৰণ।
an act that is perceived as foolish or frivolous.
- বহেমিয়াbo.he.mi.yaProper Noun
মধ্য ইউৰোপৰ এখন ঐতিহাসিক দেশ৷
A historical country of Central Europe, occupying the western two-thirds of the traditional Czech lands.
- বহ্নিbahniNoun
অগ্নি; জুই
fire
- বহ্নি-সংস্কাৰboh.ni-xongs.karAbstract Noun
কোনো ব্যক্তিৰ মৃতদেহ দাহ কৰা বা খৰি দিয়া পৰ্ব৷
a funeral at which the dead body of person is burnt.
- বহ্নিকণাboh.ni.ko.naMaterial Noun
জুই বা অঙঠা আদিৰ পৰা নিৰ্গত হোৱা জলন্ত কণা৷
Fiery particle thrown from a fire, alight in ashes, or produced by a flint, match etc.
- বহ্নিমিত্ৰboh.ni.mi.troMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- বহ্নিশিখাboh.ni.xi.khaMaterial Noun
জ্বলি থকা জুইৰ শীৰ্ষাংশ৷
the upper most end of burning gas or vapor, as from wood or coal, that is undergoing combustion.
- বহ্নিসখboh.ni.xokhMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- বহ্নিৰেতাঃboh.ni.re.tahProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- বহ্মতালboh.mo.takProper Noun
ভাৰতীয় সংগীতৰ এবিধ তাল
One of the taal (rhythmic pattern of beats) in indian music.
- বহৰbo.horCommon Noun
নাও বা জাহাজৰ শাৰী৷
a collection of ships or boats.
- বহৰীbaharīNoun
বৰ ডাঙৰ জাতিৰ শেন
the largest species of hawk