কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূতদ্ৰোহbhūtadrohaNoun
প্ৰাণীৰ অপকাৰ; জীব-হিংসা; যেনে-"জ্ঞানী ভূতদ্ৰোহ নকৰিবা কদাচিত" (মিশ্ৰ-গীতা)।
- ভূতদয়াbhūtadaẏāNoun
ভূত বা প্ৰাণীৰ প্ৰতি দয়া
sympathy or tenderness felt for all creatures
- ভূতনাথbhūtanāthaNoun
শিব
Siva
- ভূতভাৱনbhut.bha.wonProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ভূতমূলাbhūtamūlāNoun
এবিধ বন-শাক
a kind of medicinal plant
- ভূতলbhūtalaNoun
পৱথিবীৰ ওপৰভাগ; পৱথিবীৰ পিঠিখন
the surface of the Earth
- ভূতল পথbhu.tol pothMaterial Noun
ব্যস্ত ৰাস্তা পাৰ হবলৈ পদযাত্ৰীৰ সুবিধাৰ বাবে বনোৱা মাটিৰ তলেৰে যোৱা পথ৷
a (short) underground passage enabling the pedestrians cross a busy road safely.
- ভূতীয়াbhūtīẏāAdjective
ভূত-সম্পৰ্কীয়
pertaining to an evil spirit
- ভূত্বকMaterial Noun
কোনো গ্ৰহ, বাওনা গ্ৰহ বা প্ৰাকৃতিক উপগ্ৰহৰ বাহিৰৰ কঠিন পদাৰ্থেৰে গড়িত খোলাটো৷
the outermost solid shell of a planet, dwarf planet, or natural satellite.
- ভূত্বকীয় ফলকMaterial Noun
massive slab of solid rock made up of Earth`s lithosphere (crust and upper mantle).
- ভূদেৱbhu.dewProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ভূধৰbhūdharaNoun
পৰ্ব্বত
a mountain
- ভূধৰ্bhu.dhorMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ভূপbhūpaNoun
ৰজা
a king
- ভূপতিbhūpatiNoun
ৰজা
a king
- ভূপদbhu.podCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- ভূপালbhu.palProper Noun
মধ্যপ্ৰদেশৰ ৰাজধানী৷ভাৰতৰ অন্যতম সেউজীয়া মহানগৰ ভূপালক হ্ৰদৰ মহানগৰী বুলিও কোৱা হয়৷ সাংস্কৃটিক দিশত ই আগৰণুৱা মহানগৰ৷পৰ্যটকৰ বাবে ভাৰত ভৱন, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰাহালয়, বনবিহাৰ, জৈন মন্দিৰ ওচৰৰে চাঁচী (Sanchi বিখ্যাত বুদ্ধ স্তুপ), বিদিশা, ভোজপুৰ, উজ্জয়ণ (বিক্ৰমাদিত্যৰ ৰাজধানী আৰু বিখ্যাত শিৱ মন্দিৰ)ঔম কালেশ্বৰ, পান্না ৰাষ্ট্ৰীয় উদ্যান, জব্বলপুৰৰ মাৰ্বল পাহাৰ আদি উল্লেখনীয়৷ শিক্ষাৰ ক্ষেত্ৰত বৰ আগবঢ়া নহলেও Indian Institute of Forest Management, National Law Institute University, আৰু Maulana Azad National Institute of Technology ৰাষ্ট্ৰীয় স্তৰৰ শিক্ষানুষ্ঠান৷ ইয়াৰ জনগাঁঠনি মিশ্ৰিত৷ থলুৱা লোকৰ উপৰিও মহাৰাষ্ট্ৰ, বিহাৰ, উত্তৰ প্ৰদেশ আদি বহু কাষৰীয়া ৰাজ্যৰ লোকে এক মিশ্ৰিত সংস্কৃতি সৃষ্টি কৰিছে৷
the capital city of Madhya Pradesh, India.
- ভূপালীbhūpālīNoun
এক ৰাগ
a classical tune of Indian music
- ভূপালী ৰাগbhu.pa.li ragAbstract Noun
ভাৰতীয় সংগীতৰ ৰাগ বিশেষ৷
A well define `melody` of Indian music.
- ভূপৃষ্ঠbhu.pris.thoMaterial Noun
পৃথিৱীৰ বৰ্হি ভাগ৷
the outer layer or the topmost boundary of earth, ground.