কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰভাৱীpro.bha.biProper Adj.
ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱা
Producing fruit or useful result
- প্ৰভুতক্তAdjective
গৰাকীক ভক্তি কৰা; অধিকাৰক মান্য কৰা
loyal; devoted to one's master
- প্ৰভুত্বশীলProper Adj.
having a position of authority.
- প্ৰভুভক্তpro.bhu.bhok.toProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- প্ৰভূতprabhūtaAdjective
অধিক; বহুত; যথেষ্ট
much; abundant
- প্ৰভ্ৰষ্টpro.bhros.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- প্ৰমতিpro.mo.tiProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- প্ৰমত্তpramattaAdjective
উন্মত্ত; অতিশয় উত্তেজিত হোবা; বলিয়া; মতলীয়া
mad; excited; intoxicated
- প্ৰমদpro.modProper Adj.
মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
Suffering from a mental disorder resulting in abnormal behavior
- প্ৰমাণসিদ্ধpro.man.xid.dhoVerbal Adj.
যিটো শুদ্ধ বুলি প্ৰমাণ হৈ গৈছে৷
Something that has been established to be true or valid.
- প্ৰমাণিতpro.ma.ni.toVerbal Adj.
যিটো শুদ্ধ বুলি প্ৰমাণ হৈ গৈছে৷
Something that has been established to be true or valid.
- প্ৰমাণীAdjective
সঁচা বা উপকাৰ থকা বুলি প্ৰমাণ পোবা (কথা, দৰব)
proved to be true or efficacious
- প্ৰমাদজনকpro.mad.jo.nokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- প্ৰমাদশূন্যpro.mad.xunyoProper Adj.
সত্য বা এক নিৰ্দ্দিষ্ট মানৰ সৈতে হুবহু মিল থকা
Conforming exactly with the truth or a standard
- প্ৰমাদহীনpro.mad.hinProper Adj.
সত্য বা এক নিৰ্দ্দিষ্ট মানৰ সৈতে হুবহু মিল থকা
Conforming exactly with the truth or a standard
- প্ৰমাদীpro.ma.diProper Adj.
যি শুদ্ধ বা সঠিক নহয়; গ্ৰহণযোগ্য মান বা নিয়ম বহিৰ্ভূত কথা বা ব্যৱহাৰ।
not accurate or true; speaking or behaving in a way that does not follow accepted standard or rules.
- প্ৰমুখীpramukhīAdjective
প্ৰধান (স্ত্ৰীলিঙ্গ); যেনে-"অন্তেষপুৰত তোক কৰিবো প্ৰমুখী" (মা. ক., অযোধ্যাকাণ্ড)।
- প্ৰমুদিতpramuditaAdjective
আমোদিত; প্ৰফুল্ল।
- প্ৰমৃদাpromridaProper Adj.
বোকা, বালি আৰু পলস-যুক্ত (উৰ্বৰা মাটি)
(rich soil) consisting of clay, sand and humus
- প্ৰমেয়prameẏaAdjective
পৰিমাণ কৰিব পৰা; প্ৰমাণ কৰিব পৰা; পৰিমেয়।