কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শীতকিৰণxi.to.ki.ronMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শীতনিদ্ৰাxi.to.ni.draVerbal Noun
(কিছুমান স্তন্যপায়ী, সৰীসপ আৰু উভচৰ প্ৰাণীয়ে) শীতকাল চোৱা কোনো বন্ধ ঠাইত বা গাঁতত সুপ্ত অৱস্থাত কটোৱা কাৰ্য্য, যেতিয়া ইহঁতৰ হজমী প্ৰক্ৰিয়া অত্যন্ত স্তিমিত হৈ যায় ৷
(of some mammals, reptiles, and amphibians) the act of passing the winter in cose quarters in a dormant condition with metabolism greatly slowed down
- শীতময়ুখxi.to.mo.yukhMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শীতল পাটীxi.tol pa.tiMaterial Noun
এবিধ বনৰ কাঠীৰে বোৱা মিহি ঢাৰি, শুবৰ সময়ত শীতল পাবলৈ বিচনাৰ ওপৰত পাৰি লোৱা হয়৷
It's a kind of mat which is feels cold by nature. It is made from murta plants (Clinogyne dichotoma).
- শীতল যুদ্ধxi.tol jud.dhoProper Noun
যুদ্ধৰ স্তৰলৈ নোযোৱাকৈ সাধাৰণতে দুখন দেশৰ মাজত ঘটা বৈৰিতা বা সংঘৰ্ষ৷
intense economic, political, military, and ideological rivalry between nations, short of military conflict; sustained hostile political policies and an atmosphere of strain between opposed countries.
- শীতলকxi.to.lokMaterial Noun
বৰফ বা কঠিন কাৰ্বন-ডাই-অক্সাইদৰ দৰে শীতলীকৰণ যন্ত্ৰত ব্যৱহাৰ কৰা এক ঠাণ্ডা কৰা পদাৰ্থ
a cooling substance, such as ice or solid carbon dioxide, used in a refrigerator
- শীতলতাxi.to.lo.taAbstract Noun
চেঁচা হোৱা গুণ বা অৱস্থা
the property of being cold
- শীতলাśītalāNoun
বসন্ত আদি ৰোগ উপশম কৰা গোসাঁনী
a goddess supposed to preside over cases of small-pox
- শীতলিśītaliNoun
ঘৰৰ চালৰ কামীৰ ওপৰত আৰু খেৰৰ তলেদি পাৰি দিয়া মিহি পথালি কামী
thin split bamboo laid horizontally under the thatch of roof
- শীতলীśītalīNoun
ঘৰৰ চালৰ কামীৰ ওপৰত আৰু খেৰৰ তলেদি পাৰি দিয়া মিহি পথালি কামী
thin split bamboo laid horizontally under the thatch of roof
- শীতলীকৰণAbstract Noun
কোনো বস্তু ঠাণ্ডা কৰাৰ প্ৰণালী
the process of making something cool
- শীতলীয়াśītalīẏāNoun
জেকনি লাগি পাণ গেলি যোবা ৰোগ
a diseease of the betel leaf
- শীতাংশুxi.tang.xuMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শীতোত্তমxi.to`t.tomMaterial Noun
প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
A clear, colorless, odorless, and tasteless liquid, H<sub>2</sub>O, essential for most plant and animal life.
- শীতোষ্ণśītoṣṇaNoun
জহ আৰু জাৰ; জাৰ আৰু ঘাম
cold and heat
- শীতৰশ্মিxi.to.ros.miMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- শীলśīlaNoun
চৰিত্ৰ; স্বভাব।
- শীলভদ্ৰxi.lo.bhod.roProper Noun
বাহ্মণ কুলত জন্মা এজন বৌদ্ধ পণ্ডিত আৰু নালন্দাৰ মহান শিক্ষক৷ হিউৱেন চাঙৰ গুৰু৷
An Indian scholar of the Consciousness-Only (Skt Vijnanavada) school. Born to the royal family of the kingdom of Samatata in eastern India, he studied the Consciousness-Only doctrine under Dharmapala at Nalanda Monastery and was widely known as an outstanding scholar. According to The Biography of the Tripitaka Master of Ta-tz`u-en-ssu Temple, when the Chinese priest Hsüan-tsang visited the monastery to study in the early seventh century, Shilabhadra taught him the doctrines of the Consciousness-Only school. Hsüan-tsang then brought them back to China, thereby establishing the basis of the Dharma Characteristics (Chin Fa-hsiang; Jpn Hosso) school.
- শীষৰ্দেশxi.xor.dexAbstract Noun
যি বিন্দুত এটা সমতলীয় ক্ষেত্ৰৰ দুটা বাহু মিলিত হয়; ভূমিৰ পৰা আটাইতকৈ আঁতৰত থকা বিন্দুটো
the intersection of two sides of a plane figure, which is the point farthest away from its base
- শীৰxirCommon Noun
প্ৰধানকৈ এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ উপলব্ধ এবিধ ডাঙৰ আকাৰৰ বিষহীন সাপ; ইহঁত প্ৰায় ৬ মিটাৰ (২০ ফুট) পৰ্য্যন্ত দীঘল হয়। ইহঁতে চিকাৰৰ গাত পাক মাৰি ধৰি উশাহ-নিশাহ বন্ধ কৰি মাৰি পেলাব পাৰে।
Any of various nonvenomous snakes of the family Pythonidae, found chiefly in Asia, Africa, and Australia, that coil around and suffocate their prey. Pythons often attain lengths of 6 meters (20 feet) or more.