কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰবাহিনীpro.ba.hi.niMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- প্ৰবাহীpro.ba.hiVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- প্ৰবিষ্টprabiṣṭaAdjective
ভিতৰলৈ যোবা; প্ৰবেশ কৰা; নিযুক্ত হোবা
entered upon; gone into
- প্ৰবুদ্ধprabuddhaAdjective
জনা; জ্ঞানী; চতুৰ
skilful; wise
- প্ৰবৃত্তpro.brit.toVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- প্ৰবে(-বে)শিকাAdjective
যাৰ সহায়ত প্ৰবেশ কৰা হয়।
- প্ৰব্ৰজনকাৰীpro.bro.jon.ka.riVerbal Adj.
আন দেশলৈ যাবলৈ ওলোৱা লোক
a person who moves from one country to another
- প্ৰব্ৰজনীকpro.bro.jo.nikProper Adj.
মূল বসতি অঞ্চলৰ পৰা আন ঠাইলৈ জাক পাতি গমন কৰা মানুহ, জন্তু বা পক্ষী
hordes of people, animal or bird moving from their place of origin to another location.
- প্ৰব্ৰজিতVerbal Adj.
(এনে লোক, যি) নিজৰ দেশ এৰি আন এখন দেশত স্থায়ীভাৱে থাকিবলৈ লৈছে
(those who) came to live permanently in a country after leaving their own country
- প্ৰবৰprabaraAdjective
শ্ৰেষ্ঠ (বিশেষ্য শব্দৰ পাছত থাকে)
chief; excellent
- প্ৰবৰ্তমানAdjective
প্ৰবৱত্ত; নিযুক্ত
engaged
- প্ৰবৰ্তিতAdjective
চলোবা; প্ৰচলিত
made current or prevalent
- প্ৰবৰ্ত্তমানAdjective
প্ৰবৱত্ত; নিযুক্ত
engaged
- প্ৰবৰ্ত্তিতAdjective
চলোবা; প্ৰচলিত
made current or prevalent
- প্ৰবৱত্তprabawattaAdjective
কামত লাগি থকা; নিযুক্ত
engaged
- প্ৰভাতীAdjective
পুবাৰ; পুবাবেলি হোবা বা কৰা
relating to the morning
- প্ৰভাহীনpro.bha.hinProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light
- প্ৰভাৱশালীpro.bhab.xa.liProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- প্ৰভাৱাম্বিতpro.bha.wam.bi.toVerbal Adj.
কোনো কাৰ্য্য বা শক্তিৰ দ্বাৰা প্ৰত্যক্ষভাৱে বল প্ৰয়োগ অবিহনে কোনোভাৱে প্ৰৰোচিত হোৱা
affected by the act or power of something without any apparent exertion of force or direct exercise of command
- প্ৰভাৱিতpro.bha.bi.toVerbal Adj.
(কোনো ৰোগ বা প্ৰাকৃতিক দুৰ্য্যোগ অথবা মানুহৰ কুকৰ্মৰ) আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত
Attacked or infected by (a disease or a natural calamity or human misdeeds)