কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক’তবাko’’t.baAdverb
ভালদৰে নজনা কোনো এঠাইত ৷
at which place, surely at some unknown place.
- ক’তাko’’.taAdverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.
- ক’তোko’’.to`Adverb
কোনো ঠাইতে নোপোৱা বা নোহোৱা ।
Not anywhere; in or at or to no place
- ক’লৈko’’.loiAdverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- ক’ৰবাতko``r.batAdverb
বক্তা (বা কেতিয়াবা শ্ৰোতাই) নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনা ঠাই/ত
in/at/to some place unknown to the speaker (or at times to the hearer).
- ক’ৰবালৈko’’r.ba.loiAdverb
কওঁতাই নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনো ঠাইলৈ৷ যেনে: ক’ৰবালৈ ওলাইছে নেকি?, তেখেত কেনিবা গ’ল৷
to a place unknown to the speaker/hearer or to a place the speaker does not want to mention.