কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিৱ-ধামxi.wo-dhamMaterial Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে ভগবান শিৱৰ বাসস্থান।
the abode of Lord Shiva according to Hindu belief.
- শিৱধনুxi.wo.dho.nuProper Noun
সদাশিৱৰ ধেনু ।
The bow of God Siva.
- শিৱপত্নীxi.bo.pot.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শিৱপ্ৰিয়াxi.bo.pri.yaProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শিৱবাহনxi.wo.ba.honCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.
- শিৱলিঙ্গxi.bo.ling.goMaterial Noun
ভগৱান শিৱৰ প্ৰতীক হিচাপে পূজা কৰিবৰ কাৰণে নিৰ্মাণ কৰা লিঙ্গ আকাৰৰ মূৰ্তি বিশেষ৷
A stylized phallus worshiped as a symbol of the God Shiva. The use of this symbol for worship is an ancient tradition in India extending back at least to the early Indus Valley civilization.
- শিৱলোকxi.wo.lo`kMaterial Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে ভগবান শিৱৰ বাসস্থান।
the abode of Lord Shiva according to Hindu belief.
- শিৱসাগৰxi.wo.xa.gorProper Noun
<center><iframe width="425" height="350" frameborder="0" scrolling="no" marginheight="0" marginwidth="0" src="http://maps.google.com/maps?f=q&hl=en&time=&date=&ttype=&q=Sibsagar,+Sibsagar,+Assam+India&sll=26.759866,94.20948&sspn=0.063916,0.160675&ie=UTF8&cd=1&geocode=0,26.983580,94.630203&ll=26.992378,94.634428&spn=0.031892,0.080338&t=h&z=14&om=1&output=embed&s=AARTsJoaZbWB3Fhi46W4ZJh-x0lRQS2LFg"></iframe><br /><small><a href="http://maps.google.com/maps?f=q&hl=en&time=&date=&ttype=&q=Sibsagar,+Sibsagar,+Assam+India&sll=26.759866,94.20948&sspn=0.063916,0.160675&ie=UTF8&cd=1&geocode=0,26.983580,94.630203&ll=26.992378,94.634428&spn=0.031892,0.080338&t=h&z=14&om=1&source=embed" style="color:#0000FF;text-align:left">View Larger Map</a></small></center>
Sibsagar is a historical city. It was once the capital of the Ahom rulers who dominated Assam for more than 600 years.
- শিৱানীxi.wa.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শিৱাপ্ৰিয়xi.ba.pri.yoCommon Noun
গাখীৰ আৰু মাংসৰ কাৰণে পোহা দুটা শিং থকা মজলীয়া আকৃতিৰ এবিধ তৃণভোজী জন্তু
a two horned hervivorous domestic medium sized animal domesticated for milk and meat.
- শিৱালুxi.wa.luCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- শিৱালয়xi.wa.loyMaterial Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে ভগবান শিৱৰ বাসস্থান।
the abode of Lord Shiva according to Hindu belief.
- শিৱিকাxi.wi.kaMaterial Noun
মানুহে কান্ধত কঢ়িয়াই মানুহ তুলি নিয়া এবিধ যান৷
A covered type of litter for a stretched-out passenger, carried on four poles on the shoulders of four or more bearers, as formerly used in Asia
- শিৱৰাত্ৰিxi.bo.ra.triProper Noun
শিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ ৷ মাঘ-ফাগুন মাহৰ কৃষ্ণ পক্ষত এই উৎসৱ আয়োজন কৰা হয় ৷
Sivaratri is a Hindu festival celebrated every year on the 13th night/14th day in the Krishna Paksha (waning moon) of the month of Maagha (as per Shalivahana) or Phalguna (as per Vikrama) in the Hindu Calendar.
- শীকৰśīkaraNoun
পানীৰ কণিকা; বতাহত অহা পানীৰ কণিকা।
- শীঘ্ৰতাxi.ghro.taAbstract Noun
গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা
swiftness of motion
- শীতśītaNoun
জাৰ
cold
- শীতকxi.tokMaterial Noun
বৰফ বা কঠিন কাৰ্বন-ডাই-অক্সাইদৰ দৰে শীতলীকৰণ যন্ত্ৰত ব্যৱহাৰ কৰা এক ঠাণ্ডা কৰা পদাৰ্থ
a cooling substance, such as ice or solid carbon dioxide, used in a refrigerator
- শীতকালxit.kalAbstract Noun
শৰত্ আৰু বসন্ত ঋতুৰ মাজত ঠাণ্ডাৰ ঋতু
the cold season between autumn and spring
- শীতকালীন শস্যxit.ka.lin xo.syoCommon Noun
শীতকালি (খৰালি) উত্পন্ন হোৱা খেতি ৷
Rabi crops are harvested in winter season mainly in India and Pakistan. Crops that are grown from November to April.