কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰথিতpro.thitProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- প্ৰথিতযশাpro.thit.jo.xaProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- প্ৰথিতষশাprathitaṣaśāAdjective
প্ৰখ্যাতনামা; যাৰ যশ প্ৰচাৰিত হৈছে।
- প্ৰদত্তpradattaAdjective
প্ৰদান কৰা; দিয়া; দান কৰা
given
- প্ৰদূষণমুক্তProper Adj.
প্ৰদূষণ নোহোৱাকৈ থকা
not affected or contaminated by pollution
- প্ৰদূষিতpro.du.xi.toVerbal Adj.
অপকাৰী ৰাসায়নিক বা বৰ্জনীয় দ্ৰৱ্য মিহলি
containing harmful chemical or waste products
- প্ৰদৰ্শিতAdjective
দেখুওবা; মেলাত লোকে চাবলৈ খোবা
exhibited; shown forth
- প্ৰধান মানুহAdjective
নেতা
a leading man
- প্ৰপন্নprapannaAdjective
শৰণাগত; সেবাপৰায়ণ
very devoted; taking refuge and seeking protection
- প্ৰফুল্লpraphullaAdjective
বৰকৈ ফুলি থকা; প্ৰস্ফুটিত
fully blown
- প্ৰফুল্লতাNoun; Adjective
প্ৰফুল্লিত।
- প্ৰফুল্লিতpro.phul.li.toProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- প্ৰবলprabalaAdjective
বলী; পৰাক্ৰমী
powerful; violent
- প্ৰবসুবাস প্ৰবসুবাprabasubāsa, prabasubāAdjective
প্ৰবাসৰ্ত থকা; প্ৰবাসৰ
living away from home; pertaining or belonging to a sojourner
- প্ৰবহমানprabahamānaAdjective
চলি থকা; যেনে-"প্ৰবহমান কাল"।
- প্ৰবাদপ্ৰতিমpro.bad.pro.timProper Adj.
জনশ্ৰুতি অনুযায়ী আখ্যানপ্ৰসিদ্ধ ।
having to do with legends, remarkable enough to be famous.
- প্ৰবাসীAdjective
প্ৰবাসত থকা; নিজৰ ঘৰ এৰি আঁতৰত বাস কৰা
living away from home temporarily
- প্ৰবাহমানpro.bah.manVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- প্ৰবাহযুক্তাVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- প্ৰবাহিতpro.ba.hi.toVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient