কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিৰস্ত্ৰxi.ros.troMaterial Noun
আঘাত আদিৰ পৰা মুৰক ৰক্ষা কৰিবলৈ পিন্ধা লো, প্লাষ্টিক আদিৰ কঠিন বস্তুৰ টুপী৷
A head covering of hard material, such as leather, metal, or plastic, worn by football players, firefighters, construction workers, motorcyclists, and others to protect the head.
- শিৰস্ত্ৰাণśirastrāṇaNoun
উষ্ণীষ; টুপী; পাগুৰি আদি।
- শিৰস্ত্ৰানxi.ro.tranMaterial Noun
আঘাত আদিৰ পৰা মুৰক ৰক্ষা কৰিবলৈ পিন্ধা লো, প্লাষ্টিক আদিৰ কঠিন বস্তুৰ টুপী৷
A head covering of hard material, such as leather, metal, or plastic, worn by football players, firefighters, construction workers, motorcyclists, and others to protect the head.
- শিৰাভৰণxi.ra.bho.ronMaterial Noun
কাপোৰ আদিৰ দৰে কোমল পদাৰ্থৰে তৈয়াৰী মূৰত পিন্ধা যতন
A usually soft and close-fitting head covering
- শিৰামূৰিśirāmūriNoun
গমা।
- শিৰিCommon Noun
দাৰ্জিলিং, ভূটান আৰু চিকিমত উপলভ্য গৰুৰ এক থলুৱা প্ৰজাতি।
an indigenous breed of cattle found in Darjeeling, Bhutan and Sikkim.
- শিৰীষśirīṣaNoun
ছিৰলী ছিৰলী পাতেৰে এবিধ গছ [খৰালি পাত সৰি লঠা হয়; গছৰপৰা এঠা ওলায় আৰু ছালৰপৰা এবিধ ৰং তৈয়াৰ হয়।]
a kind of tree; Alibizzia Lebek (garable)
- শিৰোজxi.ro`jMaterial Noun
মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।
any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals.
- শিৰোধানxi.ro.dhanMaterial Noun
কপাহ আদি কোমল পদাৰ্থৰে তৈয়াৰী, শোৱতে মূৰৰ তলত লোৱা আৰামদায়ক সঁজুলি৷
used to cushion the head during sleep
- শিৰোনামAbstract Noun
Heading at the top of an article or page, esp. in a news paper or summary of the most important items in a news bulletin
- শিৰোনামাśironāmāNoun
চিঠি আদিৰ ওপৰত লিখা নাম-ঠিকনা।
- শিৰোবিন্দুxi.ro`.bin.duProper Noun
আকাশৰ বস্তু পৰ্য্যবেক্ষণ কৰোঁতাৰ মূৰৰ ওপৰত থকা নভোগোলকৰ বিন্দু৷
The point on the celestial sphere that is directly above the observer.
- শিৰোবেষ্টনxi.ro`.bes.tonMaterial Noun
আঘাত আদিৰ পৰা মুৰক ৰক্ষা কৰিবলৈ পিন্ধা লো, প্লাষ্টিক আদিৰ কঠিন বস্তুৰ টুপী৷
A head covering of hard material, such as leather, metal, or plastic, worn by football players, firefighters, construction workers, motorcyclists, and others to protect the head.
- শিৰোভাগAbstract Noun
কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।
the highest or most important point or level achieved.
- শিৰোভূষণxi.ro`.bhu.xonMaterial Noun
ঘূৰণীয়া আকৃতিৰ মূৰত পিন্ধা অলংকাৰ।
a head ornament which in circular in shape.
- শিৰোমণিśiromaṇiNoun
মূৰৰ মণি বা মুকুট
a head gem
- শিৰোৰুহxi.ro`.ruhMaterial Noun
মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।
any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals.
- শিৰ্ষচ্ছেদAbstract Noun
মূৰ কাটি পেলোৱা কাৰ্য
the act of cutting or seperating the head from rest of the body.
- শিৰ্ষস্থ প্ৰাৱল্যNoun
শিৰ্ষস্থ প্ৰাৱল্য
শিৰ্ষস্থ প্ৰাৱল্য
- শিৱxi.boAbstract Noun
এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।
the general good of a community or a person.