কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিকাৰাগুৱাni.ka.ra.gu.waProper Noun
মধ্য আমেৰিকাৰ এখন দেশ
Nicaragua, officially the Republic of Nicaragua, is the largest country in the Central American isthmus, bordering Honduras to the north and Costa Rica to the south.
- নিকুঞ্জnikuñjaNoun
"কুঞ্জ" চোবাঁ।
- নিকুম্ভnikumbhaNoun
কুম্ভকৰ্ণৰ পুতেক।
- নিকুম্ভিলাnikumbhilāNoun
এটা গুহাৰ নাম।
- নিকৃষ্টতাni.kris.to.taAbstract Noun
মূল্য অথবা গুণাগুণৰ ক্ষেত্ৰত কম হোৱা অৱস্থা
the property or state of being lower in value or quality
- নিকেতniketaNoun
ঘৰ; থকা ঠাই
a dwelling place
- নিকেতনniketanaNoun
ঘৰ; থকা ঠাই
a dwelling place
- নিকেলMaterial Noun
মুদ্ৰা, তাঁৰ, ষ্টেইনলেছ ষ্টীল আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ৰূপালী ৰঙৰ কঠিন আৰু চিকচিকিয়া ধাতু
a silvery-white hard and lustrous metal used in making coins, wires, stainless steel etc.
- নিকোটিনni.ko`.tinMaterial Noun
ধপাতত থকা উপক্ষাৰ, ধপাত সেৱনৰ আসক্তিৰ মূল কাৰক।
alkaloid present in tobacco, the main factor responsible for the dependence-forming properties of tobacco smoking / chewing.
- নিকোবৰni.ko`.borProper Noun
ভাৰত মহাসাগৰত থকা এলানি দ্বীপপুঞ্জ৷
The Nicobar Islands are an archipelagic island chain in the eastern Indian Ocean. They are located in Southeast Asia,
- নিক্কণnikkaṇaNoun
ঝঙ্কাৰ বা ধ্বনি (বীণা, নূপুৰ আদিৰ)
a musical tone or sound
- নিক্ষেপni.khyepAbstract Noun
the act of propelling sth in the air with rapid movement of the wrist
- নিক্ষেপনni.khye.ponAbstract Noun
the act of propelling sth in the air with rapid movement of the wrist
- নিকৰnikaraNoun
চোকোৰা; শুকান বাকলি
bark; rind; husk
- নিকৰীnikarīNoun
পাখী-সকল; পদুম জাতিৰ এবিধ পানীত হোবা গছ
a kind of aquatic plant of the water-lily family
- নিকৰুবাnikarubāNoun
বিসোবাদ আৰু নীৰস বস্ত্ত
insipid or tasteless food
- নিকৱষ্টnikawaṣṭaNoun
অপকৱষ্ট; নীচ
inferior; low; base
- নিখৰ্বnikharbaNoun
দহ হেজাৰ কোটি
a billion
- নিখৰ্ব্বnikharbbaNoun
দহ হেজাৰ কোটি
a billion
- নিগদni.godAbstract Noun
জন-সাধাৰণক উদ্দেশ্য কৰি সমুখত দিয়া দীঘলীয়া বক্তব্য ৷
A speech that is open to the public or a group of people.