কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিবাহিতbi.ba.hitProper Adj.
বিয়া কৰোৱা মানুহ
Refers to a man who is married
- বিবাহিতাbi.ba.hi.taAdjective Adj.
বিয়া হোৱা মহিলা৷
a married woman.
- বিবাহোপযুক্তbi.ba.ho’.po.juk.toProper Adj.
বিয়া হোৱা বা কৰোৱাৰ বাবে উপযুক্ত (পুৰুষ)
fit for or capable of marriage (male)
- বিবাহোপযুক্তাbi.ba.ho’.po.juk.taProper Adj.
বিয়া হোৱাৰ উপযুক্ত (নাৰী)
fit for or capable of marriage (female)
- বিবাহোপযোগীbi.ba.ho’.po.jo’.giProper Adj.
উপযুক্ত বয়স হোৱা আৰু বিবাহ কৰিব/হ’ব পৰা ছোৱালী ৷
Of girls or women who are eligible and ready for marriage.
- বিবিক্তbi.bik.toProper Adj.
বাকী বিলাকৰ পৰা আঁতৰি থকা বা আঁতৰাই ৰখা
being or standing or kept apart from the rest
- বিবিধbibidhaAdjective
নানা বিধৰ; অনেক ৰকমৰ
of various sorts
- বিবিধপ্ৰকাৰbi.bidh.pro.karProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বিবুদ্ধিbibuddhiAdjective
বুদ্ধিহীন; নিৰুপায়; বিমোৰ
perplexed; confounded; puzzled
- বিবুধানbi.bu.dhanAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- বিবেকশূন্যbi.bek.xu.nyoProper Adj.
ভাল-বেয়াৰ বিচাৰ-বিবেচনাৰ দ্বাৰা পৰিচালিত নোহোৱা
not guided by a sense of right and wrong
- বিবেকহীনbi.bek.hinProper Adj.
ভাল-বেয়াৰ বিচাৰ-বিবেচনাৰ দ্বাৰা পৰিচালিত নোহোৱা
not guided by a sense of right and wrong
- বিবেকীAdjective
ন্যায়-অন্যায় বুজা; উচিত- অনুচিত বুজা
discreet
- বিবেচকbibecakaAdjective
ভাল-বেয়া বিচাৰ কৰা; বিবেচনাৰে চলা
considerate
- বিবেচনাপূৰ্ণbi.be.so.na.pur.noProper Adj.
ভাল বিবেচনা প্ৰদৰ্শন কৰা।
showing wise judgement.
- বিবেচনাহীনbi.be.so.na.hinProper Adj.
ন্যায়-নিষ্ঠা বা বিচাৰ বিবেচনাৰ অভাৱ ৷
lacking or showing a lack of judgment or discretion.
- বিবেচনাৰহিতbi.be.so.na.ro.hitProper Adj.
ন্যায়-নিষ্ঠা বা বিচাৰ বিবেচনাৰ অভাৱ ৷
lacking or showing a lack of judgment or discretion.
- বিবেচিতbi.be.sitVerbal Adj.
taken into account for some purpose
- বিব্ৰতbibrataAdjective
ব্যতিব্যস্ত, বিপদত পৰি আকুল হৈ পৰা
perplexed
- বিব্ৰতকাৰীbi.bro.to.ka.riProper Adj.
লাজত পেলাব পৰা বা বিব্ৰত বোধ কৰাব পৰা।
marked by inappropriateness causing shame.