কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুচিয়াVerb-Trans.
হাতৰ বন্ধ মুঠিৰে আঘাত কৰ্
Strike with a closed fist
- ঘুচিয়া-ঘুচিVerbal Noun
হাতৰ মুঠিৰে আঘাত কৰা বা ঢকা মৰা-মৰি ৷
cuffs or blows with the fists.
- ঘুণাghuṇāTransitive verb
খোল-মৱদঙৰ ছাবনিত ঘুণ্লিপি দি।
- ঘুণাক্ষৰেওAdverb
আনকি অতি কম পৰিমাণেও
even a trace or iota of
- ঘুনুক-ঘানাককৈghu.nuk-gha.nak.koiAdverb
come to know by rumour or hearsay
- ঘুপাহাই, ঘুপুহ্ কৰেAdverb
হঠাতে গধুৰ শব্দ কৰি; অকস্মাৎ; হঠাৎ
with a quick and heavy thud; suddenly
- ঘুম মাৰ্ghuma, mārIntransitive verb
মূৰৰপৰা ভৰিলৈকে কাপোৰেৰে ঢাক্
to cover the body from head to foot with cloth
- ঘুমটিয়াghu.mo.tiaVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake
- ঘুমাghumāIntransitive verb
শয়ন কৰ্; শো; নিদ্ৰা যা
to sleep
- ঘুৰ্ম্মুটিয়াghur.mu.ti.yaVerb-Intran.
কিবা বস্তু বা বাট বিচাৰি ইফালে-সিফালে ঘূৰি ফূৰ্
to move about here and there in search of something or to find the way
- ঘূণে-খোৱাghu.ne-kho`.waVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূণে-ধৰাghu.ne-dho.raVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূৰাghūrāTransitive verb
পাক খুবা; পকা
to cause to revolve
- ঘূৰাই পকাইghu.rai po.kaiAdverb
সৰল পথ এৰি বেঁকা বেঁকি পথ লোৱা ৷
In a zigzag way, avoiding the straight route, by one way or another.
- ঘূৰাই লVerb-Trans.
কোনো আইন বা নীতি ৰদ্ কৰ্ বা উঠাই ল
to reverse or cancel a policy or law
- ঘূৰি ঘুৰিghūri, ghuriAdverb
অনেকবাৰ; বাৰে বাৰে; পুনঃ পুনঃ
again and again; repeatedly
- ঘূৰি যাghu.ri jaVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- ঘূৰি-পকিghūri-pakiAdverb
অকাই-পকাই; পকাই-জকাই; বহু দূৰলৈ ফুৰি
walking about a good deal
- ঘূৰিপকিghu.ri.po.kiAdverb
বহু ঠাই ভ্ৰমণ কৰি বা বিভিন্ন ঠাইত অকাই-পকাই ঘূৰি ঘূৰি
traveling or making round in a number of places
- ঘূৰিবেলিghu.ri.be.liAdverb
আহিবলগীয়া কোনো সময়ত (যেতিয়া ঘটিব )৷
on next occasion (when it will happen).