কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নগাজঙ্কাno.ga.jong.kaProper Noun
যোৰহাট জিলাৰ মৰিয়ণি অঞ্চলৰ এখন ঠাই৷ অসম আৰু নগাভূমিৰ মাজত অহাযোৱা পথ৷
Nagajanka Grant village is located in Mariani Tehsil of Jorhat district in Assam, India. Mariani is nearest town to Nagajanka Grant village.
- নগাজৰিno.ga.jo.riProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷ মতাদৰ্শৰ খনিকৰ গাৱঁৰ শিলালিপি অসমীয়া লিপিৰ নিদৰ্শন৷
A place in Assam Nagaland boarder in Golaghat district.
- নগাজৰীno.ga.jo.riProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷ মতাদৰ্শৰ খনিকৰ গাৱঁৰ শিলালিপি অসমীয়া লিপিৰ নিদৰ্শন৷
A place in Assam Nagaland boarder in Golaghat district.
- নগাধিপno.ga.dhipProper Noun
ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা, কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ বিয়পি থকা পৰ্বতমালা।
The tallest mountain range of the world, located north of India.
- নগাফাঁটno.ga.pha~tProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷ নগাফাঁট খনিকৰ গাৱঁৰ শিলালিপি অসমীয়া লিপিৰ নিদৰ্শন৷
A place in Assam Nagaland boarder in Golaghat district.
- নগাবন্ধাno.ga.bon.dhaProper Noun
মৰিগাঁও জিলাৰ এখন গাঁও৷ পিনকোড-৭৮২১০৮৷
Name of a village in Marigaon distric of Assam. PIN code 782108.
- নগাবাটno.ga.batProper Noun
যোৰহাট জিলাৰ বৰহোলা অঞ্চলৰ এখন ঠাই৷ অসম আৰু নগাভূমিৰ মাজত অহাযোৱা পথ৷
A place in Jorhat district in Borhola area. It leads to Nagaland and that is why Nagabat( naga road ).
- নগাবালিno.ga.ba.liProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷
A place in Assam Nagaland boarder.
- নগাভূমিProper Noun
উত্তৰ পূব ভাৰতৰ এখন সীমামূৰীয়া ৰাজ্য৷
A state in the North-East of India. Kohima is the capital.
- নগালেণ্ডProper Noun
উত্তৰ পূব ভাৰতৰ এখন সীমামূৰীয়া ৰাজ্য৷
A state in the North-East of India. Kohima is the capital.
- নগুণীয়াCommon Noun
হিন্দু ধৰ্মৰ চাৰিটা প্ৰধান জাতিৰ ভিতৰত অতি উচ্চ জাতি আৰু সেই জাতিৰ ব্যক্তিসকল৷
A member of the highest of the four major Hindu castes of traditional Indian society, responsible for officiating at religious rites and studying and teaching the Vedas.
- নগুৰ-নাকতিAbstract Noun
সঙ্কটত পৰি আলৈ-আহুকাল হোৱা অৱস্থা৷
A prolonged condition of distress due to misfortune, calamity or desease.
- নগুৰ-শাস্তিnagura-śāstiNoun
উগ্ৰশাস্তি; বৰ ডাঙৰ শাস্তি
a severe punishment
- নগেন্দ্ৰNoun
পৰ্ব্বতশ্ৰেষ্ঠ; হিমালয়।
- নগ্নতাnog.no.taAbstract Noun
নগ্ন বা উলংগ অৱস্থা৷
the state of being naked.
- নগ্নবীজী উদ্ভিদnog.no.bi.ji ud.bhidCommon Noun
বীজটো ফলেৰে আবৃত হৈ নথকা এবিধ সপুষ্পক উদ্ভিদ।
a vascular plant having seeds that are not enclosed in an ovary.
- নগৰ পালিকা সভাপতিno.gor pa.li.ka xo.bha.po.tiCommon Noun
The chairman of a municipal board.
- নগৰ-কীৰ্তনnagara-kīrtanaNoun
নগৰৰ বাটে বাটে ঘূৰি হৰিনাম গোবা কাৰ্য্য
religious songs sung in a procession in the street of a town
- নগৰ-কীৰ্ত্তনnagara-kīrttanaNoun
নগৰৰ বাটে বাটে ঘূৰি হৰিনাম গোবা কাৰ্য্য
religious songs sung in a procession in the street of a town
- নগৰ-পালnagara-pālaNoun
নগৰৰখীয়া; কোটোবাল
the head police offices of a town