কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঊ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঊৰ্মিলাūrmilāNoun
জনক ৰজাৰ ঔৰসত জাত কন্যা আৰু লক্ষ্মণৰ ভাৰ্য্যা
the wife of Lakṣmaṇa
- ঊৰ্মিলিūrmiliNoun
কোৰ্হাল; হৈধ্বনি
loud noise
- ঊৰ্মিৰোলur.mi.ro`lAbstract Noun
বহুলোকে একে লগে উচ্চ স্বৰে কথা কওঁতে হোৱা ধৰণৰ শব্দ
a lot of noise, like when a number of people speak loadly simuultenously.
- ঊৰ্ম্মিūrmmiNoun
পানীৰ ঢৌ
wave
- ঊৰ্ম্মিলাūrmmilāNoun
জনক ৰজাৰ ঔৰসত জাত কন্যা আৰু লক্ষ্মণৰ ভাৰ্য্যা
the wife of Lakṣmaṇa
- ঊৰ্ম্মিলিūrmmiliNoun
কোৰ্হাল; হৈধ্বনি
loud noise