কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বতৰীয়াAdjective
কোনো বতৰত হোবা
growing or happening in a particular season
- বতৰোচিতProper Adj.
বতৰৰ সৈতে খাপ-খোৱা
appropriate for the weather
- বতৰৰbo.to.rorAdjective Adj.
ঋতু বা বতৰ অনুসৰি হোৱা বা বদলি হোৱা৷ যেনেঃ বতৰৰ/বতৰীয়া ফল মূল৷
something that changes or happens according to seasons.
- বদ-মেজাজীbod-me.ja.jiProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- বদনামীbod.na.miProper Adj.
অসৎ কাৰ্য্যকলাপৰ বাবে সকলোৱে জনা।
Well known for bad reasons.
- বদমাইচbod.maisProper Adj.
যি উৎপাত কৰি থাকে৷
badly behaved (used esp. in speaking to or about children)
- বদমাচbadamācaAdjective
দুষ্ট প্ৰকৱতিৰ
of bad character
- বদমাছbadamāchaAdjective
দুষ্ট প্ৰকৱতিৰ
of bad character
- বদমেজাজিbod.me.ja.jiProper Adj.
শুনিবলৈ বেয়া ডাঙৰ, কঠুৱা শব্দ/মাত৷
a loud, harsh and unpleasant (sound/voice).
- বদলি হোৱাbo.do.li ho`.waProper Adj.
ৰূপ, প্ৰকৃতি বা কৰ্মৰ আমূল সাল-সলনি কৰা
changed in form, nature, or function
- বদলীAdjective
সলনি হোবা; স্হানান্তৰিত
transferred
- বদান্যbadānyaAdjective
দানী
liberal
- বদীয়াbadīẏāAdjective
বাদ উঠা; দোষত পৰা
accused; guilty of improper sexual intercourse
- বদুবাbadubāAdjective
ভোতা; ধাৰ নথকা
blunt, as a knife
- বদুৱাbo.du.waProper Adj.
ধাৰ নথকা অথবা জোঙা নোহোৱা ৷
not sharp, having a board or rounded end
- বদ্badAdjective
বেয়া; মন্দ
bad
- বদ্ধbaddhaAdjective
বান্ধ খোবা; এৰাব নোবৰা
tied; fixed
- বদ্ধমূলbaddhamūlaAdjective
দকৈ শিপা মেলি লাগি ধৰা; দৱঢ়ৰূপে মনত লগা (কথা, বিশ্বাস আদি)
firmly rooted
- বধযোগ্যbodh.jo`.gyoVerbal Adj.
বধ কৰিবৰ যোগ্য
fit to be killed
- বধাৰ্হbadhārhaAdjective
বধ কৰিবৰ যোগ্য
fit to be killed