কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বুৰ খা, বুৰ যাIntransitive verb
ডুব খা; ডুব খা; ডুব যা; সম্পূৰ্ণৰূপে পানীৰ তললৈ যা
to sink or be pluged entirely
- বুৰ মাৰ্bur marVerb-Trans.
পানী বা অন্য তৰলত ডুবাই দে
dip into water or some fluid
- বুৰাburāTransitive verb
পানীৰ তললৈ নি জুবুৰিয়া; ডুবা
to cause to sink, founder or submerge
- বুৰাই দেbu.rai deVerb-Trans.
পানীৰে ঢাকি পেলোৱা
to cover or overflow with water
- বুৰাই পেলাbu.rai pe.laVerb-Trans.
পানীৰে ঢাকি পেলোৱা
to cover or overflow with water
- বৃদ্ধি কৰ্brid.dhi korVerb-Trans.
আকাৰ, মান বা সংখ্যাত বেছি কৰ্ ৷
To make or become greater in size, degree, or frequency.
- বৃদ্ধি হbrid.dhi hoVerb-Trans.
আকাৰ, মান বা সংখ্যাত বেছি কৰ্ ৷
To make or become greater in size, degree, or frequency.
- বৃদ্ধিকাৰকbrid.dhi.ka.rokVerbal Adj.
যি গুণ, মূল্য, ক্ষমতা আদি বঢ়ায়
which intensifies or increases in quality, value, power, etc.
- বে-আইনীভাৱেbe-ai.ni.bha.weAdverb
unlawfully, do something by breaking some law or rule
- বে-পৰোৱাভাৱেbe-po.ro`.wa.bha.weAdverb
কোনো পৰোৱা নকৰাকৈ অথবা কোনো মনোযোগ বা গুৰুত্ব নিদিয়াকৈ
without paying attention
- বে-ফিকিৰভাৱেbe-phi.kir.bha.weAdverb
কোনো পৰোৱা নকৰাকৈ অথবা কোনো মনোযোগ বা গুৰুত্ব নিদিয়াকৈ
without paying attention
- বেঁকা কৰ্be~.ka korVerb-Trans.
একেলগ কৰি পাক দে
to roll or wind together
- বেঁকা চাৱনিbe~.ka sa.wo.niVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- বেঁকা হbe~.ka hoVerb-Trans.
তললৈ বহি যা বা সাধাৰণ অৱস্থাতকৈ কিছু তললৈ সোমাই যা।
to become curved, crooked, or bent downwards.
- বেঁকাকৈbe~.ka.koiAdverb
কোনো কথাত পৰোক্ষভাৱে মন্তব্য দিয়া বা কাৰোবাক বেঁকাকৈ চোৱা
To give some comments indirectly, to look at somebody indirectly. To have an indirect reference or inclination.
- বেইজ্জতিbe.ij.jo.tiVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- বেকত কৰ্be.kot korVerb-Trans.
To convey what one is thinking in words, gestures or conduct
- বেগ দেbeg deVerb-Intran.
খৰকৈ আৰু ব্যস্তভাৱে যা
to move quickly and busily
- বেগতেAdverb
শীঘ্ৰে
speedily; quickly
- বেগাইbegāiAdverb
খৰকৈ; শীঘ্ৰে
quickly