কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বসুদেবbasudebaNoun
শ্ৰীকৱষ্ণৰ বাপেক
the father of Kṛṣna
- বসুদেৱbo.xu.debProper Noun
কৃষ্ণৰ পিতাক আৰু দৈৱকীৰ স্বামী৷
Vasudeva is the father of Krishna, He married Devaki, the cousin of Kamsa.
- বসুধাbasudhāNoun
পৱথিবী।
- বসুধাধৰbo.xu.dha.dhorMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- বসুন্ধৰাbasundharāNoun
পৱথিবী।
- বসুন্ধৰীbasundharīNoun
পৱথিবী।
- বসুবাbasubāNoun
সহচৰ, লিটিকাই।
- বসুভৃত্bo.xu.bhritMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- বসুভৃৎbo.xu.bhutMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- বসুমতীNoun
পৱথিবী
the earth
- বসুমাতাbo.xu.ma.taMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- বসুসেনbasusenaNoun
কৰ্ণ
a name of Karna
- বস্তাbastāNoun
মৰাপাটৰ ডাঙৰ মোনা
a sack; a gunny bag
- বস্তিbastiNoun
মানুহে ঘৰ সাজি থকা মাটি; যেনে-"বস্তি মাটি"
a homestead
- বস্তুbos.tuMaterial Noun
এক নিৰ্দ্দিষ্ট সামগ্ৰী
an object in particular
- বস্তু-বাহানিbos.tu-ba.ha.niMaterial Noun
এক নিৰ্দ্দিষ্ট সামগ্ৰী
an object in particular
- বস্তু-বেহানিbos.tu-be.ha.niMaterial Noun
এক নিৰ্দ্দিষ্ট সামগ্ৰী
an object in particular
- বস্তুনিষ্ঠbos.tu.nis.thoProper Adj.
of or pertaining to something that can be known with certainty, independent of thoughts or opinions
- বস্তুবাদbos.tu.badAbstract Noun
বস্তু বা পদাৰ্থ আৰু ইয়াৰ গতিৰ দ্বাৰাই বিশ্বব্ৰহ্মাণ্ডখনৰ গঠন আৰু মানসিক তথা অন্য সকলো পৰিঘটনা পৰিচালিত হৈছে - এই দাৰ্শনিক তত্ত্ব ৷
the philosophical theory that regards matter and its motions as constituting the universe, and all phenomena, including those of mind, as due to material agencies
- বস্তুবাৰিbos.tu.ba.riMaterial Noun
নিজৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী একেলগে বন্ধা টোপোলাৰ সমষ্টি৷
with all one's personal property, cloths and other property.