কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিপ্ৰলব্ধAdjective
প্ৰতাৰিত।
- বিপ্ৰিয়bipriẏaAdjective
কঠোৰ; নিমৰমিয়াল; অপ্ৰিয়
unkind; harsh
- বিপৰীতকামীbi.po.rit.ka.miProper Adj.
পুৰুষ আৰু মহিলা লিংগৰ ধাৰণাত বিপৰীত লিংগৰ প্ৰতি প্ৰেমজনিত, যৌন আকৰ্ষণ থকা অথবা বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে যৌন আচৰণ কৰা
having or showing romantic attraction, sexual attraction or sexual behavior between persons of opposite sex or gender in the gender binary.
- বিপৰীতমুখীbi.po.rit.mu.khiProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- বিপৰ্য্যস্তbi.por.jyos.toVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- বিপৰ্য্যয়biparyyaẏaAdjective
"বিপৰীত" চোবাঁ।
contrary; inconsistent
- বিপৰ্ষয়biparṣaẏaAdjective
"বিপৰীত" চোবাঁ।
contrary; inconsistent
- বিফলbiphalaAdjective
নিষ্ফল
unsuccessful
- বিফল-মনোৰথbi.phol-mo.no`.rothProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- বিবদমানbi.dod.manVerbal Adj.
যাক লৈ যুঁজ বা বিবাদ চলি আছে।
something for which a fight or quarrel is on.
- বিবসনbi.bo.xonProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- বিবস্ত্ৰbibastraAdjective
উলঙ্গ; নাঙঠ; ; ক্ৰি. বিণ. বিবস্ত্ৰে।
naked
- বিবা(-বা)হিতAdjective
বিয়া কৰা (পুৰুষ)
married
- বিবাচিতVerbal Adj.
আনুষ্ঠানিকভাৱে পৰীক্ষা কৰা আৰু ইয়াৰ অগ্ৰাহ্য অংশসমূহ দমন কৰা৷
examine officially and suppress unacceptable parts of it.
- বিবাদপ্ৰিয়bi.bad.pri.yoProper Adj.
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
one who frequently fight or argue with others
- বিবাদশূন্যbi.bad.xu.nyoProper Adj.
কোনো পক্ষৰ বিৰোধিতা নথকা
Not disputed or called in question
- বিবাদীNoun
দন্দ কৰা মানুহ
a man who quarrels
- বিবাহ-বহিৰ্ভুতVerbal Adj.
(বিশেষকৈ যৌন সম্পৰ্ক সম্বন্ধীয়) বিয়া নোহোৱাকৈ ঘটা বা হোৱা
(especially of sexual relations) occurring outside marriage
- বিবাহপূৰ্বbi.bah.pur.boAdjective Adj.
বিয়াৰ আগৰ বা বিয়াৰ আগতে হোৱা৷
happening or occurring before marriage.
- বিবাহযোগ্যProper Adj.
বিয়া হোৱা বা কৰোৱাৰ বাবে উপযুক্ত (পুৰুষ)
fit for or capable of marriage (male)