কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কবীন্দুProper Noun
ৰামায়ণ ৰচনা কৰা ঋষিৰ নাম
a sage, the author of the Ramayana
- কবুলkabulaNoun
অঙ্গীকাৰ
promise; contract
- কবে-টেপীয়াkabe-ṭepīẏāNoun
কাবৈ-টিলা।
- কব্কচkabkacaNoun
এবিধ ডুখৰীয়া লোণ; সমুদ্ৰৰ পানী শুকুবাই কৰা লোণ
a kind of sea-salt
- কব্কবনিkabkabaniNoun
কপ্কপনি।
- কব্কবাkabkabāNoun
কপ্কপনি।
- কব্জাkabjāNoun
দুবাৰ, পেৰাৰ ঢাকনি আদি ঘুৰাব-মেলিব পৰাকৈ ধৰি ৰখা এবিধ লো বা পিতলৰ সঁজুলি
hinges
- কবৰkabaraNoun
খ্ৰীষ্টান মুছলমানসকলে মৰা শ পোতা গাঁত
grave
- কবৰস্তানko.bor.stanMaterial Noun
মৰা মানুহক পোতা বা সমাধি দিয়া ঠাই ।
The place where people are buried after death.
- কবৰিko.bo.riMaterial Noun
মূৰৰ পিছফালে গোলাকৃতিৰ চুলিৰে বন্ধা থোপা
long hair that is rolled at the back of the head
- কবৰীkabarīNoun
মূৰৰ চুলি; কেশ
hair
- কমণ্ডলুkamaṇḍaluNoun
সন্ন্যাসীয়ে ব্যবহাৰ কৰা এবিধ চৈকেলিৰ আকাৰৰ কাণতনাল লগোবা পানী খোবা কাঠ বা মাটিৰ পাত্ৰ
an earthen or wooden water-pot used by an ascetic
- কমতাkamatāNoun
এখন পুৰণি দেশৰ নাম [ইয়াৰ ভিতৰত কোচবেহাৰ, গোবালপাৰা, ভাটীৰ ৰংপুৰ আৰু কামন্ধপৰ এক খণ্ড পৰিছিল; এসময়ত ইয়াৰ ৰজা দুৰ্ল্লভনাৰায়ণ আছিৰ আৰু ইয়াৰ ৰাজধানী কমতাপুৰ আছিল। পিছত ই কাচ ৰজাসকলৰ হাতলৈ যায়]।
- কমতাপুৰko.mo.ta.purProper Noun
মধ্য যুগত পশ্চিম অসম আৰু উত্তৰ বংগ অঞ্চলত থকা এখন সাম্ৰাজ্য৷
From 650 to 1498 CE, Kamatapur was a Hindu kingdom in eastern India. The medieval Kamatapur or Kamata kingdom flourished before the emergence of the Koch kingdom under the leadership of Viswa Singha.
- কমনীয়তাko.mo.li.yo.taAbstract Noun
এনে এক গুণ, যি কাৰোবাৰ বা কিহবাৰ প্ৰতি আকৰ্ষিত কৰে
a quality which makes you like or feel attracted to someone or something
- কমনৱেলথko.mon welthProper Noun
ব্ৰিটেইনকে ধৰি এসময়ত ব্ৰিটিশ সম্ৰাজ্যৰ অধীনত থকা দেশ কিছুমানৰ এটা দল৷
(the British Commonwealth)an organization of countries including the United Kingdom and many other countries which were once under the British Empire.
- কমলkamalaNoun
পদুম; পদ্ম ফুল
a lotus
- কমল-যোনিNoun
বিষ্ণুৰ নাভিপদ্ম উৎপত্তিৰ ঠাই যাৰ; ব্ৰহ্মা।
- কমল-লোচনAdjective
পদুমৰ দৰে শুবনী চকু থকা
lotus-eyed
- কমল-সম্ভবkamala-sambhabaNoun
কমলৰপৰা সম্ভব বা জন্ম যাৰ; পদ্মষোনি; ব্ৰহ্মা।