কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বলিয়া পানীbo.li.ya pa.niAbstract Noun
কোনো নদী বা হ্ৰদৰ পানী পাৰৰ ঠাইবোৰত উপচি পৰা, বিশেষকৈ যিবিলাক ঠাই সাধাৰণতে পানীত ডুব নাযায়
overflowing of water from a river or lake, esp. over land not usually submerged
- বলিয়া-গোসাঁইbo.li.ya-go’.xa~iProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- বলিয়া-তিওৱাbo.li.ya-tio`.waMaterial Noun
ৰগ-উঠা বা ঋতু-উঠা হাতীৰ কুমৰ পৰা ওলোৱা ৰস বা নিঃসৰণ৷
the discharge or secretion exuding from the temples of an elephant in rut.
- বলিয়ৰাbaliẏarāNoun
"বৰিয়লা" চোবাঁ।
- বলিৰ পাঠাbo.lir pa.thaCommon Noun
a person made to bear the blame for others
- বলিৰেখাbo.li.re.khaMaterial Noun
folds in the skin as those of an old man.
- বলীbalīAdjective
বলযুক্ত; শক্তি থকা (পুৰুষ বা তিৰোতা)
strong; vigorous
- বলীৰ্বদbo.lir.bodCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.
- বলুকাbo.lu.kaMaterial Noun
নদীৰ বুকুত পলস পৰি সময়ে সময়ে সৃষ্টি হোৱা দ্বীপ
seasonal island formed on a river by the alluvial materials carried by the river
- বলেৰে আদায়কৰণVerbal Noun
বল প্ৰয়োগ কৰি বা ভীতিগ্ৰস্ত কৰি কিবা আদায় কৰা কাৰ্য্য
the act of obtaining something by force or threats
- বলোভদ্ৰProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- বল্কত্বকMaterial Noun
a layer of parenchyma produced inwardly by the cork cambium; an inner secondary cortex of the cork cambium
- বল্কলbalkalaNoun
গছৰ ছাল
the bark of a tree
- বল্গাbalgāNoun
বাঘ-জৰি; লেকাম।
- বল্গা হৰিণNoun
তুষাৰাবৱত দেশত গাড়ী টানিবলৈ পোহা হৰিণা
reindeer
- বল্গীbalgīNoun
লতা
creeper
- বল্মীকbalmīkaNoun
উঁই-হাফলু
an anthill
- বল্মীকস্তূপbol.mik.stupMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- বল্মীকুটbol.mi.kutMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- বল্লভballabhaNoun
প্ৰিয় লোক; বন্ধু; স্বামী
a beloved perṡon; a husband