কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰাশাবাদীni.ra.xa.ba.diProper Adj.
ভৱিষ্যতে সকলোবোৰ বেয়া হব বুলি যিসকলে ভাবি থাকে৷
the state of mind of someone who always expects the worst.
- নিৰাশ্ৰয়nirāśraẏaAdjective
অসহায়; সহায় নথকা; ৰক্ষাৰ উপায় নথকা
helpless
- নিৰাসক্তni.ra.xok.toProper Adj.
আগ্ৰহী নোহোৱা বা কোনো আগ্ৰহ নেদেখুৱা
not interested, without any importance
- নিৰাহাৰীni.ra.ha.riProper Adj.
ধৰ্মীয় ৰীতি অনুসৰি লঘোণে থকা।
abstaining from food especially as a religious discipline.
- নিৰাৱৰণni.ra.wo.ronProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- নিৰিবিলিniribiliAdjective
নিৰ্জ্জন; নিভৱত; বি. নিৰ্জ্জন স্হান।
- নিৰীক্ষিতni.ri.khyi.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- নিৰীশ্বৰnirīśbaraAdjective
ঈশ্বৰ-নমনা; ঈশ্বৰ থকা বুলি নমনা।
- নিৰুচ্ছাসni.rus.saxProper Adj.
Perplexed by many conflicting situations or statements; filled with bewilderment.
- নিৰুচ্ছ্বাসnirucchbāsaAdjective
উশাহ নোহোবা; বিবুদ্ধি
out of breath; perplexed
- নিৰুজnirujaAdjective
"নিৰোগী" চোবাঁ।
- নিৰুত্তাপni.rut.tapProper Adj.
বন্ধুত্বসুলভ আৰু মৰমীয়াল নোহোৱা আচৰণ৷
not friendly and kind in manners
- নিৰুত্তৰniruttaraAdjective
উত্তৰ-স্বৰূপে কবলৈ একো নথকা; উত্তৰ দিব নোবৰা; নিমাত
non-plussed; unable to give answer to
- নিৰুত্সাহীni.rut.xa.hiProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- নিৰুদ্দিষ্টni.rud.dis.toProper Adj.
বিচাৰি নোপোৱা বা হেৰাই যোৱা অৱস্থা
become untraceable; not being able to be found
- নিৰুদ্দেশniruddeśaAdjective
আন ঠাইলৈ যোবা আৰু উবাদিহ নথকা; নেদেখা-নুশুনা হোবা
absent and unknown; of unknown where abouts
- নিৰুদ্বিগ্নnirudbignaAdjective
উদ্বিগ্ন বা চিন্তিত নোহোবা; নিশ্চিন্ত; স্হিৰ; উগুল-থুগুল নলগা
free from anxiety; calm; composed
- নিৰুদ্যমnirudyamaAdjective
উদ্যমহীন; ; এলেহুবা
effortless; inactive ; lazy
- নিৰুপদ্ৰবnirupadrabaAdjective
উৎপাত বা অত্যাচাৰ নথকা; নিৰাপদ; কাৰো অনিষ্ট নকৰা; সুথিল; যেনে-"নিৰুপদ্ৰব বিষ্ণুপদ মোক্ষ পাবে" (ক. গী.)
free from oppression or violence; peaceful; non-violent
- নিৰুপমnirupamaAdjective
যাৰ তুলনা নাই; তুলনা নথকা; যোৰ নথকা; অতুল্য
incomparable