কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিদ্যানুৰক্তbi.dya.nu.rok.toProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- বিদ্যানুৰাগীbid.ya.nu.ra.giProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- বিদ্যাবন্তAdjective
বিদ্বান; বিদ্যা থকা
learned
- বিদ্যাবানAdjective
বিদ্বান; বিদ্যা থকা
learned
- বিদ্যায়তনিকbi.dya.yo.to.nikProper Adj.
শিক্ষা আৰু শিকাৰ সৈতে জড়িত
Related to education and learning
- বিদ্যাসক্তbi.dya.xok.toProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- বিদ্যাৱানbi.dya.banProper Adj.
যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal
- বিদ্যুৎ চুম্বকীয়bi.dyut sum.bo.ki.yoProper Adj.
বিদ্যুতৰ সহায়ত সৃষ্টি কৰা চুম্বক শক্তি সমন্ধীয়৷
pertaining to the magnetic force generated by passing electric current through a metal coil.
- বিদ্যুৎক্ষিপ্ৰbi.dyut.khyip.roVerbal Adj.
অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷
very fast or sudden.
- বিদ্যুৎবাহীVerbal Adj.
বিদ্যুৎ প্ৰবাহিত হৈ থকা বা কৰি থকা
conducting electric current
- বিদ্যুৎবেগেVerbal Adj.
বিজুলী-সদৃশ বেগেৰে
Very fast like electricity
- বিদ্যুৎস্পৃষ্টbi.dyut.spris.toVerbal Adj.
বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰাৰ বাবে মৃত্যু হোৱা
killed due to the effect of electricity
- বিদ্যোৎসাহীbi.dyo`t.xa.hiProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- বিদ্ৰুপাত্মকbi.dru.pat.mokProper Adj.
বক্ৰোক্তি ব্যৱহাৰ কৰি কোৱা বা লিখা
of, characterized by, or using irony
- বিদ্ৰোহীbi.dro’.hiCommon Noun
চৰকাৰ অথবা শাসনকৰ্ত্তাৰ বিৰুদ্ধাচৰণ কৰা বা বিৰুদ্ধে অস্ত্ৰ হাতত লোৱা লোক
opposing or taking arms against a government or ruler
- বিধনুbidhanuAdjective
ধনু নথকা
deprived of a bow
- বিধায়কbidhāẏakaAdjective
ব্যবস্হাকাৰী; নিয়মকাৰী
one who prescribes or enjoins
- বিধাৰণbidhāraṇaAdjective
চলি অহা নিয়মে নোহোবা; বিষম; গতি লৰা; পূৰ্ব্ব ধৰণৰ লৰচৰ ঘটা; যেনে-'সিও পত্ৰ বিধাৰণ পালে' (বুৰঞ্জী)
unusual; contrary to tradition, custom, etc.
- বিধি-নিষিদ্ধbi.dhi-ni.xid.dhoProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- বিধি-সিদ্ধAdjective
নিয়ম বা ব্যবস্হা অনুসৰি হোবা
done according to rules or laws