কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিলাপ কৰ্bi.lap korVerb-Intran.
গভীৰ দুখ বা অনুতাপ অনুভৱ বা প্ৰকাশ কৰ্
feel or show deep sorrow or regret for (a dead person, a lost thing, a past event )
- বিলি কৰ্bi.li.korVerb-Intran.
to take goods, letters, parcels, etc. to people's houses or places of work.
- বিলিকৰণbi.li.ko.ronVerbal Noun
The act of bring an item to a designated place.
- বিলীন হbi.lin hoVerb-Intran.
ক্ৰমান্বয়ে নোহোৱা বা নাইকিয়া কৰি পেলোৱা; লাহে-লাহে মিলি নাইকিয়া হৈ যোৱা
to cause to disappear or vanish gradually; fade away
- বিলুপ্তপ্ৰায়bi.lup.to.prayAdverb
একেবাৰে নিশ্চিহ্ন হৈ যাবলৈ ধৰা কোনো প্ৰজাতি |
Species that are in danger of extinction.
- বিলোকিতbi.lo`.ki.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- বিলোচনbi.lo`.sonVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- বিলোমনbi.lo`.monVerbal Noun
ওলোটা, অৰ্থাৎ ওপৰ-ফাল তললৈ কৰা অৱস্থা
the state of being inverted or being upside down
- বিলোল্bilolIntransitive verb
ওলমি লৰি থাক্
to swing
- বিশদভাৱেbi.xod.bha.beAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- বিশুদ্ধ কৰ্bi.xud.tho korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- বিশৃংখল হbis.ring.khol hoVerb-Trans.
সকলো বেমেজালিপূৰ্ণ বা শৃংখলাহীন কৰি পেলা।
make all things haphazard; bring disorderliness; create a chaotic atmosphere.
- বিশৃংখলকৈbi.sring.khol.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- বিশৃংখলভাৱেbi.sring.khol.bha.beVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- বিশেষকৈbi.xex.koiAdverb
কিবা এক বিশেষ ধৰণে; অইনবোৰতকৈ অলপ বেলেগ ধৰণেৰে |
In a special manner; uniquely and characteristically different from others.
- বিশেষণ-বৰ্জিতbi.xe.xon-bor.jitVerbal Adj.
প্ৰয়োজনীয় বিশিষ্ট গুণ নথকা।
lack of quality or essential distinctive characteristics.
- বিশেষতঃbiśeṣataḥAdverb
বিশেষকৈ; ঘাইকৈ; আনক এৰি
particularly; specially; chiefly
- বিশেষ্যকৰণVerbal Noun
কোনো ধাতু বা বিশেষণ শব্দক বিশেষ্য হিচাপে ব্যৱহাৰ কৰা
the use of a word that is not a noun as a noun, or as the head of a noun phrase.
- বিশ্বস্তসূত্ৰেbis.wos.to.xut.reAdverb
নিৰ্ভৰযোগ্য উত্সৰ পৰা৷
from a reliable source.
- বিশ্বাস কৰ্bis.sax korVerb-Trans.
কিবা এটাক সত্য বুলি ভবা
to believe something to be true