কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিস্যন্দিতni.syon.di.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- নিসৰ্গজni.xor.gojProper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- নিসৱতnisawataAdjective
ওলোবা; বাহিৰ হোবা; যেনে-কৱষ্ণ-মুথ-নিসৱত শ্লোক
expressed; pronounced
- নিহতAdjective
মৱত
dead
- নিহতnihataAdjective
মৱত্যু হোবা; মৰা; বধ হোবা
killed
- নিহপালীnihapālīAdjective
সকলো ঘোৰ-নিদ্ৰাত নিসাৰ; কোনো সাৰে নথকা
locked in deep sleep
- নিহিতnihitaAdjective
স্হাপিত; যাক খোবা হৈছে; অৰ্পিত।
- নিহ্কিনnihkinaAdjective
"নিঃকিন" চোবাঁ।
- নিয়ন্ত্ৰণকাৰীni.yon.tron.ka.riVerbal Adj.
যি (কিহবাক) নীতি-নিয়ম বা আদৰ্শৰ অনুকূলে বা অধীনলৈ আনে
which brings (something) into conformity with a rule, principle, or usage
- নিয়ন্ত্ৰণহীনni.yon.tron.hinProper Adj.
নিজক নিয়ন্ত্ৰণ কৰিব নোৱৰা৷
lacking in moderation or self-control, esp. of sexual desire, urination and defecation.
- নিয়ন্ত্ৰণাধীনni.yon.tro.na.dhinProper Adj.
keep something or somebody within the control
- নিয়ন্ত্ৰিতni.yon.tri.toProper Adj.
এটা নিৰ্দিষ্ট গণ্ডীৰ ভিতৰত আৱদ্ধ ৷
Restrained or managed or kept within certain bounds.
- নিয়মনিষ্ঠni.yom.nis.thoProper Adj.
ধাৰ্য্য কৰা নিৰ্দ্দিষ্ট সময় অনুসৰি কাম কৰা
one who/what does with strictly as per appointed or regular time
- নিয়মবিৰুদ্ধProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- নিয়মবৰ্হিভূতni.om.bor.hi.bhutProper Adj.
স্বাভাৱিক অৱস্থাত নথকা |
Not normal; not typical or usual or regular or conforming to a norm
- নিয়মসন্মতni.yom.xon.motProper Adj.
ৰীতি অনুসৰি যেনে হ`ব লাগে তেনে (ভাষা, সাজ-পাৰ বা ব্যৱহাৰ)
describes language, clothes and behaviour that are serious and correct
- নিয়মানুগতni.yo.ma.nu.go.toVerbal Adj.
নিয়ম-শৃংখলা মানি চলা
having or exhibiting discipline
- নিয়মানুৱৰ্তীni.yo.ma.nu.bor.tiVerbal Adj.
নিয়ম-শৃংখলা মানি চলা
having or exhibiting discipline
- নিয়মিতniẏamitaAdjective
নিয়ম অনুযায়ী; বিধিবৎ
accoridng to rule
- নিয়মীয়াAdjective
নিয়ম বা দস্ত্তৰমতে হোবা; যেনে হ'ব লাগে তেনে হোবা; বৰ ডাঙৰ বা সৰু নোহোবা
in accordance with rule or usage; not exceeding the usual limit