কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিক্ষাśikṣāNoun
শিকা কাৰ্য্য
study; act of learning
- শিক্ষা-গুৰুNoun
বিদ্যা শিকাওঁতা; অধ্যাপক
a teacher; an instructor
- শিক্ষাগুৰুxi.khya.gu.ruCommon Noun
জীৱিকাৰ বাবে বা বৃত্তি হিচাপে আনক জ্ঞান দান কৰা লোক।
A person who imparts knowledge to others as a profession.
- শিক্ষাজীৱনxi.khya.ji.wonAbstract Noun
The life of a person while being a student
- শিক্ষাদাতাxi.khya.da.taCommon Noun
জীৱিকাৰ বাবে বা বৃত্তি হিচাপে আনক জ্ঞান দান কৰা লোক।
A person who imparts knowledge to others as a profession.
- শিক্ষাদানxi.khya.danAbstract Noun
শিক্ষকে কৰা কাম বা বৃত্তি ৷
the act or profession of a person who teaches.
- শিক্ষাধীনxi.khya.dhinCommon Noun
কোনো শৈলীত পাৰ্গত হোৱাৰ অৰ্থে প্ৰশিক্ষণৰত লোক।
a person who is being trained in a skill.
- শিক্ষানবিচxik.khya.no.bisCommon Noun
কোনো শৈলীত পাৰ্গত হোৱাৰ অৰ্থে প্ৰশিক্ষণৰত লোক।
a person who is being trained in a skill.
- শিক্ষানুস্থানxi.khya.nus.tanAbstract Noun
এক শৈক্ষিক অনুস্থান
an educational institute
- শিক্ষাবিদxi.kha.bidCommon Noun
শিক্ষাদানৰ প্ৰণালী সম্পৰ্কে জনা বা শিক্ষাদানৰ বিশেষজ্ঞ ৷
a specialist in the theory and methods of education.
- শিক্ষাবিদ্Noun
শিক্ষাতত্ত্ব জনা পণ্ডিত
educationist
- শিক্ষাব্যৱস্থাAbstract Noun
বিভিন্ন স্তৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সামূহিক প্ৰণালী যি জ্ঞান, দক্ষতা, মূল্যবোধ, নৈতিকতা, বিশ্বাস, অভ্যাস আৰু ব্যক্তিগত বিকাশ আহৰণকৰাত সহায় কৰে৷
The collective system of various levels of schools, colleges, and universities facilitates the acquisition of knowledge, skills, values, morals, beliefs, habits, and personal development.
- শিক্ষাবৰ্ষxi.khya.bor.xoAbstract Noun
a year of education in an academic institution
- শিক্ষামন্ত্ৰীxi.khya.mon.triProper Noun
ৰাজ্য আৰু কেন্দ্ৰৰ মন্ত্ৰীসভাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৷
Minister for Education, is a position in the Indian Cabinet, at both State and Union levels.
- শিক্ষাৰ্থীśikṣārthīNoun
ছাত্ৰ।
- শিকৰśikaraNoun
চোৰাবৰ নিমিত্তে তৈয়াৰ কৰা মাটিৰ খোলা
baked cake of clay generally liked by pregnant woman
- শিখśikhaNoun
নানকৰ ধৰ্ম্মাবলম্বী লোক; গুৰু গোবিন্দসিংহৰ শিষ্য-সম্প্ৰদায়।
- শিখণ্ডśikhaṇḍaNoun
মূৰৰ মাজ ভাগত বা দাঁতিত ৰখা চুলি
a tuft or lock of hair left on either side of the head
- শিখণ্ডকśikhaṇḍakaNoun
মূৰৰ মাজ ভাগত বা দাঁতিত ৰখা চুলি
a tuft or lock of hair left on either side of the head
- শিখণ্ডীśikhaṇḍīNoun
দ্ৰুপদ ৰজাৰ (ওপজোঁতে) কন্যা; পাছত তপৰ বলত পুৰুষ হয় [অৰ্জ্জুনে এওঁক আগত থৈ যুদ্ধ কৰাত ভীষ্মই শৰধনু পেলালে; কাৰণ, তেওঁ তিৰোতাৰ লগত নুযুঁজে। তেতিয়া অৰ্জ্জুনে ভীষ্মক ৰণত পেলায়।]